• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নুমলীগড়ৰ মৰঙীত বনৰীয়া হাতীৰ জাকে তহিলং কৰিলে বহু বিঘা ধাননি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 18, 2018 9:50 am
wild elephant

ফটো : নৰ্থ-ইষ্ট নাও

486
VIEWS
Share on FacebookShare on Twitter

সম্প্ৰতি ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। গোলাঘাট জিলাৰ নুমলীগড়ৰ মৰঙী অঞ্চলত বনৰীয়া হাতীৰ সন্ত্ৰাসত স্থানীয় ৰাইজে নিশা বিনিদ্ৰ ৰজনী কটাব লগীয়া হয়।

প্ৰাপ্ত তথ্য মতে নুমলীগড়ৰ মৰঙী অঞ্চলৰ বহু গাঁৱত নিশা হোৱা মাত্ৰকে বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আহিছে। কালিও নিশা হোৱাৰ লগে লগে ৬০-৭০টা হাতীৰ এটা জাকে উক্ত অঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলায়।

নিশাৰ পৰা পুৱালৈ উপদ্ৰৱ অব্যাহত ৰখা হাতীৰ জাকটোৱে অঞ্চলটোৰ বহু পৰিয়ালৰ বহু বিঘা ধাননি খাই-গছকি তহিলং কৰা বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ আমালৈ অহা খবৰ অনুসৰি হাতীৰ জাকটো বৰ্তমান উক্ত অঞ্চলৰে এখন চাহ বাগিচাত আশ্ৰয় লৈ আছে।

উল্লেখযোগ্য যে বনৰীয়া হাতীৰ তাণ্ডৱে অঞ্চলটোৰ স্থানীয় ৰাইজক জ্বলা-কলা খুৱাইছে যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ৰাজ্য চৰকাৰ তথা বন বিভাগে। এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে। বন বিভাগক স্থানীয় ৰাইজে হাতীৰ তাণ্ডৱৰ বিষয়ে অৱগত কৰিছে যদিও আজিলৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বন বিভাগে।

ফলত অতি শীঘ্ৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা কৰি বন বিভাগক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Recent News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd