• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰীৰ পাঞ্জাবাৰীত বনৰীয়া হাতীৰ তাণ্ডৱ; এগৰাকী মহিলাসহ চাৰিজন লোক আহত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2018 10:49 am
elephant-damage-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

222
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে কালি নিশা গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰী অঞ্চলত তিনিজনীয়া বনৰীয়া হাতীৰ এটা দলে আক্ৰমণ চলাই চাৰিজন লোকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে।

হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা চাৰিজন লোকৰ ভিতৰত এগৰাকী মহিলাৰ অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তী কৰোৱা মহিলাগৰাকীক কাবেৰী শইকীয়া বৰা বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে খাদ্যৰ সন্ধানত আমচাঙ বনাঞ্চলৰ পৰা ওলাই অহা হাতী তিনিটাৰ এটা হাতী হাবিলৈ যোৱাৰ পথ বিচাৰি নোপোৱাত হাতীটোৱে সমগ্ৰ অঞ্চলটোতে তাণ্ডৱৰ সৃষ্টি কৰে। আনহাতে হাতীটোৱে অঞ্চলটোৰ কেইবাটাও ঘৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বহু কেইখন বাহনৰো যথেষ্ট ক্ষতিসাধন কৰে বুলি জানিব পৰা যায়।

এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ উপদ্ৰৱে ৰাইজৰ নিদ্ৰাহৰণ কৰাৰ বিপৰীতে ৰাইজক আশ্বস্ত কৰিব পৰাকৈ বন বিভাগে এতিয়ালৈ কোনো পদক্ষেপে লোৱা নাই বুলি বহুতো বিশেষজ্ঞই অভিযোগ উত্থাপন কৰিছে। এতিয়া এইদৰে অসমত হাতী-মানুহৰ সংঘাত কেতিয়ালৈ চলি থাকিব সেই লৈ ডাঙৰ প্ৰশ্নৰ উদয় হৈছে ৰাইজ তথা সচেতন লোকৰ মাজত।

Recent News

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd