• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হস্তী দিৱসেৰে কাজিৰঙাত বন্যপ্ৰাণী সপ্তাহৰ তৃতীয় দিনৰ কাৰ্যসূচী উদযাপন

উত্তম শইকীয়া by উত্তম শইকীয়া
October 5, 2018 6:37 am
IMG-20181004-WA0066

বন্যপ্ৰাণী সপ্তাহ উপলক্ষে কাজিৰঙাত উদযাপন কৰা হস্তী দিৱসৰ এটি মুহূৰ্ত। ফটো : নৰ্থইষ্ট নাও

298
VIEWS
Share on FacebookShare on Twitter

৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ তৃতীয় দিনটো বৃহস্পতিবাৰে কাজিৰঙাৰ কহঁৰাত উদযাপন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ এই উপলক্ষে পুৱা কহঁৰাৰ মিহিমুখত হস্তী দিৱসৰ এক বিশেষ কাৰ্যসূচী পালন কৰা হয় ৷

এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ মাজত হাতীৰ বিষয়ে জ্ঞান প্ৰদান কৰিবৰ বাবে বিভাগীয় হাতীৰ উপস্থিতিত ছাত্ৰ ছাত্ৰীক হাতীৰ স্বভাৱ, অংগ-প্ৰত্যংগ,হাতীৰ শৰীৰৰ বিভিন্ন অংগৰ লগতে হাতীৰ চিনাক্তকৰণ আদিৰ বিষয়ে ছাত্ৰ ছাত্ৰীক অৱগত কৰা হয় ৷

অনুষ্ঠানত ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া, সহকাৰী বন সংৰক্ষক ভাস্কৰ জ্যোতি বুঢ়াগোঁহাই, কৰবেট ফাউণ্ডেশ্যনৰ ডা৹ নবীন পাণ্ডেৰ উপৰিও সমল ব্যক্তি হিচাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা আৰু  বন বিভাগৰ পশু চিকিৎসক ডা৹ দেৱব্ৰত ফুকন  উপস্থিত থাকে ৷

পৰৱৰ্তী সময়ত আৰণ্যক আৰু কৰবেট ফাউণ্ডেশ্যনৰ উদ্যোগত বন বিভাগৰ সহযোগত কহঁৰাৰ শতবৰ্ষ সমাৰোহ সভাগৃহত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ সহকাৰী বন সংৰক্ষক ভাস্কৰ জ্যোতি বুঢ়াগোঁহায়ে উদ্বোধন কৰা কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে অ’নাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, আৰণ্যকৰ প্ৰকল্প বিষয়া আৰিফ হুছেইন, কৰবেট ফাউণ্ডেশ্যনৰ দিব্যজ্যোতি শইকীয়া আৰু যদুমনি গোস্বামীয়ে ৷ প্ৰতিযোগিতাত কাজিৰঙাৰ কাষৰীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd