• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকৰ্ষণীয় হ’ব দিল্লীৰ সাপ্তাহিক বজাৰ, আমেৰিকাও হ’ব আচৰিত : কেজৰিৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2020 8:12 am
1.5k
VIEWS
Share on FacebookShare on Twitter

শিক্ষা আৰু স্বাস্থ্য খণ্ডত ব্যাপক পৰিৱৰ্তন সাধন কৰা দিল্লীৰ অৰৱিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰে এইবাৰ সাপ্তাহিক বজাৰ আৰু পদপথৰ ব্যৱসায়ীসকলৰ বাবে বিশেষ আঁচনি প্ৰস্তুত কৰিছে।

এই প্ৰসংগত কেজৰিৱালে কয় যে দিল্লীৰ সাপ্তাহিক বজাৰক উন্নত আৰু সংগঠিত কৰি আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলা হ’ব, যাতে আমেৰিকাৰ লগতে আন দেশৰ পৰ্যটকে সাপ্তাহিক বজাৰলৈ আহি আচৰিত হৈ পৰে।

সাপ্তাহিক বজাৰ সমূহক দিল্লীৰ পৰিচয় আৰু বিশেষ কৰি তোলা হ’ব বুলিও মুখ্য মন্ত্ৰী কেজৰিৱালে কয়।

তেওঁ লগতে কয় যে হংকঙৰ লগতে অন্যান্য দেশৰ দৰে দিল্লী চৰকাৰেও ইয়াৰ সাপ্তাহিক বজাৰ আৰু পদপথৰ ব্যৱসায়ীসকলক উৎসাহিত কৰিব।

মঙলবাৰে মুখ্য মন্ত্ৰী কেজৰিৱালে সাপ্তাহিক বজাৰৰ প্ৰতিনিধিৰ সৈতে এক আলোচনা মিলিত হয়।

আলোচনা কালত তেওঁ কয় যে আমাৰ দেশত এনেকুৱা এটা পৰিৱেশ গঢ়ি তোলা হৈছে যে সাপ্তাহিক বজাৰ আৰু পদপথৰ ব্যৱসায়ীসকল এক সমস্যা আৰু তেওঁলোকৰ বাবে ৰাস্তা-ঘাটবোৰৰ অৱস্থা শোচনীয় হয়।

ইফালে প্ৰতিনিধিসকলে মুখ্য মন্ত্ৰীৰ সৈতে হোৱা আলোচনাত যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰে আৰু সাপ্তাহিক বজাৰ সমূহ খোলাৰ অনুমতি দিয়াৰ বাবে মুখ্য মন্ত্ৰীক ধন্যবাদো জ্ঞাপন কৰে।

মুখ্য মন্ত্ৰী কেজৰিৱালে উন্নত দেশ সমূহৰ প্ৰসংগ উত্থাপন কৰি কয় যে প্ৰতিখন উন্নত দেশৰ দৰে দিল্লীৰো প্ৰতিখন বজাৰ তেনেকুৱাকৈ গঢ়ি তোলা হ’ব আৰু ইয়াৰ বাবে আঁচনিও প্ৰস্তুত কৰাৰ চিন্তা চৰ্চা কৰা হৈছে।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd