• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাৰ্মানীত এগৰাকী মহিলাৰ ছুৰীকাঘাতত ১৮ জন লোক আহত, ৬ জনৰ অৱস্থা সংকটজনক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2025 1:12 pm
80
VIEWS
Share on FacebookShare on Twitter

জাৰ্মানীৰ মূল বন্দৰ চহৰ হামবাৰ্গত ছুৰীৰে আক্ৰমণ কৰি ১৮ জন লোকক আহত কৰিছে এগৰাকী মহিলাই। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩৯ বছৰীয়া মহিলাগৰাকীক। আহতসকলৰ ভিতৰত ৬ জনৰ অৱস্থা সংকটজনক।

শুকুৰবাৰে মহানগৰীখনৰ কেন্দ্ৰীয় ৰেল ষ্টেচনত সংঘটিত হয় এই ঘটনা।

হামবাৰ্গ আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত মহিলাগৰাকীয়ে অকলেই এই আক্ৰমণ সংঘটিত কৰিছিল। শুকুৰবাৰে গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। শনিবাৰে আদালতত হাজিৰ কৰাৰ কথা।

শুকুৰবাৰে হামবাৰ্গ আৰক্ষীয়ে এক বিবৃতিত কয়, “ৰাতিপুৱা মহিলাগৰাকীয়ে হামবাৰ্গ চেণ্ট্ৰেল ষ্টেচনত প্ৰৱেশ কৰি তেওঁৰ সন্মুখত পোৱা যিকোনো ব্যক্তিক আক্ৰমণ কৰিছিল। আমি তেওঁক গ্ৰেপ্তাৰ কৰিছো আৰু এই কাণ্ডৰ তদন্ত কৰি আছো। এই সময়ত আমাৰ হাতত আৰু কোনো তথ্য নাই। তদন্তৰ পিছত আমি অধিক সবিশেষ দিব পাৰিম।”

হামবাৰ্গ আৰক্ষীয়ে মহিলা আক্ৰমণকাৰীৰ নাম প্ৰকাশ কৰা নাই। অৱশ্যে চিএনএনৰ জাৰ্মান শাখা আৰটিএলক এজন আৰক্ষী বিষয়াই কয় যে মহিলাগৰাকী জাৰ্মান নাগৰিক আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই আক্ৰমণৰ আঁৰত কোনো ৰাজনৈতিক উদ্দেশ্য নাই।

Recent News

এনেকৈয়ো আহে মৃত্যু! চাহৰ দোকানতে আছিল শুই; বিমান ভাঙি পৰাৰ পিছত মাকৰ সন্মুখতে অগ্নিদগ্ধ হৈ মৃত্যু কিশোৰৰ

এনেকৈয়ো আহে মৃত্যু! চাহৰ দোকানতে আছিল শুই; বিমান ভাঙি পৰাৰ পিছত মাকৰ সন্মুখতে অগ্নিদগ্ধ হৈ মৃত্যু কিশোৰৰ

অভিলেখ ভংগ কৰি ১৪ হাজাৰ কোটি টকাত জাৰ্মান মিডফিল্ডাৰক ক্ৰয় কৰিলে লিভাৰপুলে

অভিলেখ ভংগ কৰি ১৪ হাজাৰ কোটি টকাত জাৰ্মান মিডফিল্ডাৰক ক্ৰয় কৰিলে লিভাৰপুলে

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! টেল আভিভত প্ৰত্যাক্ৰমণ ইৰাণৰ; ইজৰাইলেও অব্যাহত ৰাখিছে আক্ৰমণ

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! টেল আভিভত প্ৰত্যাক্ৰমণ ইৰাণৰ; ইজৰাইলেও অব্যাহত ৰাখিছে আক্ৰমণ

ভয়াবহ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি; বিমানযাত্ৰীৰ উপৰি আন ৩৩জন কোন?

ভয়াবহ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি; বিমানযাত্ৰীৰ উপৰি আন ৩৩জন কোন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd