• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাৰ্মানীত এগৰাকী মহিলাৰ ছুৰীকাঘাতত ১৮ জন লোক আহত, ৬ জনৰ অৱস্থা সংকটজনক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2025 1:12 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাৰ্মানীৰ মূল বন্দৰ চহৰ হামবাৰ্গত ছুৰীৰে আক্ৰমণ কৰি ১৮ জন লোকক আহত কৰিছে এগৰাকী মহিলাই। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩৯ বছৰীয়া মহিলাগৰাকীক। আহতসকলৰ ভিতৰত ৬ জনৰ অৱস্থা সংকটজনক।

শুকুৰবাৰে মহানগৰীখনৰ কেন্দ্ৰীয় ৰেল ষ্টেচনত সংঘটিত হয় এই ঘটনা।

Apply Now

হামবাৰ্গ আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত মহিলাগৰাকীয়ে অকলেই এই আক্ৰমণ সংঘটিত কৰিছিল। শুকুৰবাৰে গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। শনিবাৰে আদালতত হাজিৰ কৰাৰ কথা।

শুকুৰবাৰে হামবাৰ্গ আৰক্ষীয়ে এক বিবৃতিত কয়, “ৰাতিপুৱা মহিলাগৰাকীয়ে হামবাৰ্গ চেণ্ট্ৰেল ষ্টেচনত প্ৰৱেশ কৰি তেওঁৰ সন্মুখত পোৱা যিকোনো ব্যক্তিক আক্ৰমণ কৰিছিল। আমি তেওঁক গ্ৰেপ্তাৰ কৰিছো আৰু এই কাণ্ডৰ তদন্ত কৰি আছো। এই সময়ত আমাৰ হাতত আৰু কোনো তথ্য নাই। তদন্তৰ পিছত আমি অধিক সবিশেষ দিব পাৰিম।”

হামবাৰ্গ আৰক্ষীয়ে মহিলা আক্ৰমণকাৰীৰ নাম প্ৰকাশ কৰা নাই। অৱশ্যে চিএনএনৰ জাৰ্মান শাখা আৰটিএলক এজন আৰক্ষী বিষয়াই কয় যে মহিলাগৰাকী জাৰ্মান নাগৰিক আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই আক্ৰমণৰ আঁৰত কোনো ৰাজনৈতিক উদ্দেশ্য নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২ নৱেম্বৰত আপুনি নাপাব পেট্ৰ’ল-ডিজেল! তেল কোম্পানীৰ বিৰুদ্ধে কিয় জাঙুৰ খাই উঠিছে ডিলাৰ সন্থা?

১২ নৱেম্বৰত আপুনি নাপাব পেট্ৰ’ল-ডিজেল! তেল কোম্পানীৰ বিৰুদ্ধে কিয় জাঙুৰ খাই উঠিছে ডিলাৰ সন্থা?

November 7, 2026 9:31 pm
৭১সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ জিলা পৰ্যায়ৰ ফাইনেলত কোনে মাৰিলে বিজয়ী হাঁহি?

৭১সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ জিলা পৰ্যায়ৰ ফাইনেলত কোনে মাৰিলে বিজয়ী হাঁহি?

November 7, 2026 8:57 pm
ছোনিয়া গান্ধীক ‘ইটালিয়ান চশমা’ খুলিবলৈ পৰামৰ্শ বিজেপিৰ! কাৰণ জানিলে আচৰিত হ’ব

ছোনিয়া গান্ধীক ‘ইটালিয়ান চশমা’ খুলিবলৈ পৰামৰ্শ বিজেপিৰ! কাৰণ জানিলে আচৰিত হ’ব

November 7, 2026 6:18 pm
নভাৰ্টিছৰ জিন থেৰাপীৰ ভয়াৱহ পৰিণাম! চিকিৎসাধীন শিশুৰ শৰীৰত কেন্সাৰৰ টিউমাৰ

নভাৰ্টিছৰ জিন থেৰাপীৰ ভয়াৱহ পৰিণাম! চিকিৎসাধীন শিশুৰ শৰীৰত কেন্সাৰৰ টিউমাৰ

November 7, 2026 4:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২ নৱেম্বৰত আপুনি নাপাব পেট্ৰ’ল-ডিজেল! তেল কোম্পানীৰ বিৰুদ্ধে কিয় জাঙুৰ খাই উঠিছে ডিলাৰ সন্থা?

১২ নৱেম্বৰত আপুনি নাপাব পেট্ৰ’ল-ডিজেল! তেল কোম্পানীৰ বিৰুদ্ধে কিয় জাঙুৰ খাই উঠিছে ডিলাৰ সন্থা?

November 7, 2026 9:31 pm
৭১সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ জিলা পৰ্যায়ৰ ফাইনেলত কোনে মাৰিলে বিজয়ী হাঁহি?

৭১সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ জিলা পৰ্যায়ৰ ফাইনেলত কোনে মাৰিলে বিজয়ী হাঁহি?

November 7, 2026 8:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd