• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজৱ বেপাৰ! দেহৰ ঘাম, নখ, উফি, থু বিক্ৰী কৰি কোটি হল কোন যুৱতী মডেল?

north

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 14, 2023 2:12 pm
284
VIEWS
Share on FacebookShare on Twitter

ইন্টাৰনেটে সমগ্ৰ বিশ্বজুৰি অনা বৈপ্লৱিক পৰিৱৰ্তনৰ সুযোগ গ্ৰহণ কৰি অসংখ্য লোকে কিছুমান আজৱ বৃত্তি গ্ৰহণেৰে ধন উপাৰ্জন কৰি জীৱন যাপন কৰিবলৈ ধৰিছে। চ’ছিয়েল মিডিয়াৰ বিভিন্ন ছাইটৰ প্ৰয়োভৰে তেনে লোকৰ বাবে যেন নতুন দিগন্ত খুলি দিছে। সামাজিক মাধ্যমৰ ছাইটসমূহৰ সুযোহ গ্ৰহণ কৰি তেনে এক আজৱ বৃত্তিৰে কোটিপতিত পৰিণত এগৰাকী যুৱতী মডেল।  

এই মডেল যুৱতীগৰাকী নাম হৈছে ৰেবেকা ব্লু। ৰেবেকাই মডেলিং জগতত ভৰি দি বৰ বিশেষ পাৰদৰ্শিতা দেখুওৱাব নোৱাৰিলেও নিজৰ সৌন্দৰ্যক মূলধন হিচাপে লৈ সামাজিক মাধ্যমৰ বিভিন্ন ছাইটত সদা সক্ৰিয় হৈ বিভিন্ন ভিডিঅ’ শ্বেয়াৰ কৰি যথেষ্ট জনপ্ৰিয়তা লাভ কৰে। সেই সূত্ৰে ৰেবেকাৰ সামাজিক মাধ্যমত বহু অনুৰাগী আছে। সৌন্দৰ্যৱতী ৰেবেকাক এবাৰ কাষৰ পৰা পাবলৈ তেওঁ অনুৰাগীসকল অতি ব্যাকুল হৈ থাকে।

ৰেবেকাই অনুৰাগীসকলৰ সেই ব্যাকুলতাকে অতি চতুৰালিৰে ব্যৱসায়িক মূলধনলৈ পৰিৱৰ্তিত কৰে। আমেৰিকাৰ নৰ্থ কে’ৰলিনাৰ বাসিন্দা ২৮ বছৰীয়া ৰেবেকাই তেওঁক পাবলৈ ব্যাকুল অনুৰাগীসকলক নিজৰ দেহৰ ঘাম, উফি, নখ আনকি থু আদিও বিক্ৰী কৰিবলৈ ধৰে।  

ৰেবেকাই প্ৰথমে ভৰিৰ নখ আৰু থু বিক্ৰী কৰিছিল। ৰেবেকাই দেখিলে যে অনুৰাগীসকলৰ মাজত তেওঁৰ ভৰিৰ নখ আৰু থুইৰ চাহিদা বৃদ্ধি পাইছে। ইয়াৰ পাছত তেওঁ কেৱল নখত লাগি থু বিক্ৰীতে সীমাৱদ্ধ হৈ নাথাকিল, এইবাৰ ৰেবেকাই চুলিৰ উফি, ঘাম, আনকি মূৰৰ বগা চুলিও বিক্ৰী কৰিবলৈ ধৰিলে। এইবোৰৰ চাহিদা ব্যাপকৰূপত বৃদ্ধি পোৱাৰ ফলতে ৰেবেকাই অতি কম দিনৰ ভিতৰতে কোটিপতি পৰিণত হয়। অৱশ্যে ৰেবেকাক এই কামত বহুত লোকে সহায় কৰে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd