• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৰ্ষণৰ চেষ্টা ব্যৰ্থ : দাঁতেৰে কামুৰি নিৰ্যাতনকাৰীৰ ওঁঠ চিঙি দিলে সাহসী মহিলাই

ভুক্তভোগী মহিলাগৰাকীয়ে এখন পথাৰত কাম কৰি থকাৰ অৱস্থাত এজন দুষ্ট লোকে তেওঁক পিছফালৰ পৰা সাৱটি ধৰে। মহিলাগৰাকীয়ে ব্যক্তিজনৰ বাহুপাশৰ পৰা মুক্ত হ’বলৈ চেষ্টা কৰোঁতেই ব্যক্তিগৰাকীয়ে মহিলাগৰাকীক আঘাত আৰু ধৰ্ষণৰ চেষ্টা কৰে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 5, 2023 6:51 pm
218
VIEWS
Share on FacebookShare on Twitter

নিজৰ সাহস আৰু বুদ্ধিৰ বাবে এটা ভয়ানক সাম্ভাৱ্য বিপদৰ পৰা পৰিত্ৰাণ পালে এগৰাকী মহিলাই। সাহসেৰে নিজকে ৰক্ষা কৰিলে ধৰ্ষণকামী যুৱকৰ পৰা। এই ঘটনা উত্তৰ প্ৰদেশৰ মীৰাটৰ।

যোৱা শনিবাৰে উত্তৰ প্ৰদেশৰ এগৰাকী সাহসী মহিলাই তেওঁক ধৰ্ষণ কৰিবলৈ অহা কুচৰিত্ৰৰ এজন ব্যক্তিক কামুৰি আঘাত কৰি সাৰি আহিবলৈ সক্ষম হয়। জানিব পৰা মতে, ভুক্তভোগী মহিলাগৰাকীয়ে এখন পথাৰত কাম কৰি থকাৰ অৱস্থাত এজন দুষ্ট লোকে তেওঁক পিছফালৰ পৰা সাৱটি ধৰে। মহিলাগৰাকীয়ে ব্যক্তিজনৰ বাহুপাশৰ পৰা মুক্ত হ’বলৈ চেষ্টা কৰোঁতেই ব্যক্তিগৰাকীয়ে মহিলাগৰাকীক আঘাত আৰু ধৰ্ষণৰ চেষ্টা কৰে।

#मेरठ-रेप की कोशिश करने पर दरिंदे को सबक

महिला ने आरोपी का होंठ काट लिया

खेत में महिला से किया था रेप की कोशिश

पुलिस ने आरोपी को किया गिरफ्तार

दौराला इलाके के एक गांव की घटना. @meerutpolice @Uppolice pic.twitter.com/WZXjGlglDt

— NiwanTimes (@NiwanTimesInd) February 5, 2023

কিন্তু বুদ্ধিয়ক আৰু সাহসী মহিলাগৰাকীয়ে নিজৰ দাঁতেৰে ধৰ্ষণকামী ব্যক্তিজনৰ ওঁঠত উপৰ্যুপৰি কামুৰাৰ ফলত ওঁঠ ছিগি যায় ব্যক্তিজনৰ। ফলত মহিলাগৰাকীক এৰি দিবলৈ বাধ্য হয় দুষ্ট লোকজনে। তাৰ অলপ সময়ৰ ভিতৰতে গাঁৱৰ ৰাইজ গোট খাই যুৱকজনক আটক কৰে।

এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে যুৱকজনক নিজৰ জিম্মাত লৈ সেই স্থানৰ পৰা তেওঁৰ ওঁঠৰ ফাটি যোৱা অংশটো উদ্ধাৰ কৰে। ইয়াৰ পিছত আহত যুৱকজনক দৌৰালাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হয়।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd