• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণৰ চেষ্টা; অভিযুক্তৰ যৌনাংগ কাটি লৈ থানাত উপস্থিত যুৱতী!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 16, 2023 10:30 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘৰত অকলে থাকে। তাৰেই সুযোগ লৈ ঘৰৰ পৰিচাৰকে ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল এগৰাকী যুৱতীক। যুৱতীগৰাকীয়ে নিজৰ মৰ্যাদা ৰক্ষাৰ বাবে কেনেবাকৈ পাকঘৰত আশ্ৰয় লয়। কিন্তু মিনিটৰ ভিতৰতে তেওঁ পাকঘৰৰ পৰা ওলাই আহিল। হাতত চোকা এখন দা। যুৱতীগৰাকীয়ে চিধাই অভিযুক্তৰ যৌনাংগ কাটি পেলালে। তাৰপিছত হাতত কটা যৌনাংগ লৈ তেওঁ থানাত হাজিৰ হ’ল। গোটেই ঘটনাটো তেওঁ বিবৰি কলে। ইপিনে যুৱতীগৰাকীৰ এই কাৰ্য দেখি স্তম্ভিত হৈ পৰে আৰক্ষীও।

উত্তৰ প্ৰদেশৰ কৌসম্বী জিলাত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে। আনহাতে, অভিযুক্ত যুৱকজন প্ৰয়াগৰাজৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেওঁৰ অৱস্থা সংকটজনক।

আৰক্ষীৰ মতে, যুৱতীগৰাকীয়ে শহুৰেকৰ ঘৰত থাকে। তেওঁৰ স্বামী চৌদি আৰৱত কৰ্মৰত। তেত্ৰিশ বছৰীয়া এজন যুৱকে ঘৰত পৰিচাৰক হিচাপে কাম কৰিছিল।

লগতে পঢ়কঃ ছেমি নহয় ছামি ফাইনেল! বিশ্বকাপৰ নক আউটত ছামিৰ সৰ্বকালৰ শ্ৰেষ্ঠ বলিং; ভংগ গেৰীৰ ৪৮ বছৰীয়া অভিলেখ

বুধবাৰে কোনো পৰিয়ালৰ সদস্য ঘৰত নাছিল, যুৱতীগৰাকী অকলে আছিল। এই সুযোগতে অভিযুক্তই ধৰ্ষণৰ চেষ্টা চলায়। যুৱতীগৰাকীয়ে কেনেবাকৈ পলাই পাকঘৰত আশ্ৰয় লয় যদিও অলপ পিছতে ওলাই আহে। তেওঁ চিধাই দাৰে অভিযুক্তক আক্ৰমণ কৰে। একে ঘাতে যৌনাংগটো কাটি পেলায়।

তাৰ পিছত যুৱতীগৰাকী কটা যৌনাংগ লৈ থানালৈ গ’ল। অভিযুক্তৰ নামত ধৰ্ষণৰ চেষ্টাৰ এজাহাৰ আৰক্ষীত দাখিল কৰা হয়। ইফালে যুৱতীগৰাকীৰ হাতত কটা যৌনাংগ দেখি আৰক্ষীৰ চকু থৰ হৈ পৰে। যুৱতীগৰাকীক লগত লৈ লগে লগে ঘৰলৈ যায়। দেখা যায় যে অভিযুক্ত ৰক্তাক্ত অৱস্থাত বিচনাত পৰি আছে। কাষতে পৰি আছে দাখন।

লগতে পঢ়কঃচাঞ্চল্য! বন্ধ কোঠালিত প্লাষ্টিকৰ ড্ৰামৰ ভিতৰত উদ্ধাৰ চিমেণ্টেৰে ঢকা নৰকংকাল

সম্প্ৰতি প্ৰয়াগৰাজৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে অভিযুক্ত যুৱকজন। তেওঁৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। অৱশ্যে আৰক্ষীক দিয়া বক্তব্যত অভিযুক্তই বেলেগ দাবী উত্থাপন কৰে। তেওঁ দাবী কৰে যে সৰুৰে পৰা তেওঁ সেই ঘৰখনত কাম কৰি আহিছে। বুধবাৰে যুৱতীগৰাকীয়ে তেওঁক ঘৰলৈ মাতে। তাৰ পিছত কিবা খুৱাই অচেতন কৰি তেওঁৰ যৌনাংগ কাটি নিয়ে। অভিযুক্ত যুৱকজনৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm
WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

September 9, 2025 8:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd