• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছেমি নহয় ছামি ফাইনেল! বিশ্বকাপৰ নক আউটত ছামিৰ সৰ্বকালৰ শ্ৰেষ্ঠ বলিং; ভংগ গেৰীৰ ৪৮ বছৰীয়া অভিলেখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2023 7:47 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰাট কোহলীৰ দিনটোত সকলোৰে দৃষ্টি কাঢ়ি নিলে মহম্মদ ছামিয়ে। বুধবাৰে ৱানখেড়ে ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেলত টীম ইণ্ডিয়াৰ তাৰকা পেচাৰগৰাকীয়ে এক অভিলেখ গঢ়ি তুলিছে, যিটো এদিনীয়া বিশ্বকাপৰ ইতিহাসত আন কোনো বলাৰৰ নাই। স্বাভাৱিকতে নিউজিলেণ্ডক পৰাস্ত কৰি যেতিয়া ভাৰতে ফাইনেলত প্ৰৱেশ কৰিছিল, তেতিয়া কোহলীৰ ৫০ শতকৰ চৰ্চাও ক’ৰবাত যেন  ম্লান পৰি গ’ল।

ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ৯.৫ অভাৰত ৫৭ ৰানত ৭ উইকেট দখল কৰে মহম্মদ ছামিয়ে। এদিনীয়া খেলত ৭টা উইকেট দখল কৰিব পৰা নাই আন কোনো ভাৰতীয় বলাৰে। এইদৰে ছামিয়ে এদিনীয়া ক্ৰিকেটৰ ইতিহাসত ভাৰতৰ হৈ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শন দাঙি ধৰিলে। ইয়াৰ পূৰ্বে ষ্টুয়াৰ্ট বিন্নিয়ে ভাৰতৰ হৈ এদিনীয়া ক্ৰিকেটত সৰ্বোত্তম বলিং প্ৰদৰ্শন কৰিছিল। ২০১৪ চনত মিৰপুৰত তেওঁ বাংলাদেশৰ বিৰুদ্ধে ৪ ৰানত ৬ টা উইকেট দখল কৰিছিল।

Apply Now

এদিনীয়া ক্ৰিকেটৰ ইতিহাসত মুঠ ১৪ বাৰ এখন খেলত ৭ বা তাতকৈ অধিক উইকেট দখল কৰাৰ ঘটনা ঘটিছে। অৰ্থাৎ ১৪ নং বলাৰ হিচাপে ছামিয়ে এদিনীয়া ক্ৰিকেট মেচত ৭টা উইকেট দখল কৰে। এদিনীয়া ইতিহাসত সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ অভিলেখ অৰ্জন কৰিছে শ্ৰীলংকাৰ চামিন্দা ভাছে। ২০০১ চনত কলম্বোত জিম্বাবুৱেৰ বিৰুদ্ধে তেওঁ ১৯ ৰানত ৮ টা উইকেট দখল কৰিছিল।

ইয়াৰ উপৰিও শ্বাহিদ আফ্ৰিদি, গ্লেন মেকগ্ৰাথ, ৰছিদ খান, এণ্ডি বিচেল, মুথিয়া মুৰালিথাৰণ, আলী খান, টিম চাউথী, ট্ৰেণ্ট ব’ল্ট, ৱাকাৰ ইউনিছ, আকিব জাভেদ, ইমৰাণ তাহিৰ আৰু উইন্সটন ডেভিছৰ এদিনীয়া ক্ৰিকেটত ৭টা উইকেট দখল কৰাৰ কৃতিত্ব আছে।

এদিনীয়া বিশ্বকাপৰ ইতিহাসত মুঠ ৫জন বলাৰে এখন খেলতে ৭টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছিল। গ্লেন মেকগ্ৰাথ, এণ্ডি বিচেল, টিম চাউথী আৰু উইন্সটন ডেভিছে ছামিৰ আগত এনে এক অভিলেখ গঢ়ি তুলিছিল। অৱশ্যে বিশ্বকাপৰ নক আউট মেচত ছামিৰ আগত বিশ্বৰ আন কোনো বলাৰেই এটা ইনিংছত ৭টা উইকেট ল’ব পৰা নাছিল। কেৱল বিশ্বকাপৰ ইতিহাসতেই নহয়, নক আউট এদিনীয়া প্ৰতিযোগিতাত ছামিৰ আগতে কোনো বলাৰেই এটা ইনিংছত ৭টা উইকেট দখল কৰা নাছিল।

ছামিয়ে বিশ্বকাপৰ নক আউটত অষ্ট্ৰেলিয়াৰ গেৰী গিলম’ৰৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ অভিলেখ ভংগ কৰে। ১৯৭৫ চনত উদ্বোধনী বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে নক আউট মেচত ১৪ ৰানত ৬টা উইকেট দখল কৰিছিল অষ্ট্ৰেলিয়াৰ তাৰকাগৰাকীয়ে। সেইদৰে, মহম্মদ ছামিয়ে গেৰীৰ ৪৮ বছৰীয়া অভিলেখ ভংগ কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd