• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোগীৰ উত্তৰ প্ৰদেশত আন এক ধৰ্ষণকাণ্ড: সুৰা পান কৰিবলৈ বাধ্য কৰাই মহিলাক দলবদ্ধ ধৰ্ষণ চাৰি দুৰ্বৃত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2022 3:15 pm
Gang-Rape in Uttar Pradesh
168
VIEWS
Share on FacebookShare on Twitter

ক্ৰমাৎ নাৰী সুৰক্ষাৰ বধ্যভূমিত পৰিণত হৈছে উত্তৰ প্ৰদেশ। ৰাজ্যখনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ আমোলত মহিলা সুৰক্ষা নিশ্চিত হোৱা বুলি শাসকীয় বিজেপিয়ে ঢাক-ঢোল কোবাই আহিলেও এই মিথ্যাচাৰিতা উদঙাই প্ৰায় প্ৰতিদিনেই সংঘটিত হৈছে নাৰীৰ বিৰুদ্ধে বৰ্বৰ উৎপীড়নৰ ঘটনা।

শেহতীয়াকৈ পুনৰ উত্তৰ প্ৰদেশত আন এক ধৰ্ষণকাণ্ড পোহৰলৈ আহিছে। ৰাজ্যখনৰ বাৰাবাঁকীৰ অন্তৰ্গত এখন গাঁৱত এগৰাকী মহিলাক সুৰা পান কৰিবলৈ বাধ্য কৰি চাৰি দুৰ্বৃত্তই ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি, মহিলাগৰাকীক কিছুদিন পূৰ্বে এগৰাকী ব্যক্তিয়ে গাঁৱৰে এটা পুখুৰীৰ কাষলৈ মাতি নিয়ে। পূৰ্ব পৰিকল্পিতভাৱে পুখুৰীটোৰ পাৰত সেই সময়ত আন তিনিগৰাকী ব্যক্তি উপস্থিত আছিল।

ইয়াৰ পিছতে চাৰিও দুৰ্বৃত্তই মহিলাগৰাকীক সুৰা পান কৰিবলৈ বাধ্য কৰে আৰু সুৰা পানৰ পাছতে মহিলাগৰাকীক উপৰ্যুপুৰি ধৰ্ষণ কৰে।

জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পূৰ্ণেন্দু সিঙে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে মহিলাগৰাকীয়ে শনিবাৰে তেওঁৰ স্বামীৰ সৈতে আৰক্ষীৰ কাষ চাপে আৰু এক অভিযোগ দাখিল কৰিছিল।

অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এখন এজাহাৰ পঞ্জীয়ন কৰে। ইতিমধ্যে ঘটনাৰ মূল অভিযুক্ত দেৱী দীন নামৰ ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আন অভিযুক্ত কেইবাগৰাকীৰ সন্ধান চলাই থকা হৈছে বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd