• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আগৰতলাত অ’টোত আহি থকা বিবাহিত মহিলাক দলবদ্ধ ধৰ্ষণ কৰিলে সহযাত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2019 7:46 pm
ফটো নৰ্থ-ইষ্ট নাও

ফটো নৰ্থ-ইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত সোমবাৰে অৰ্থাৎ ১২ আগষ্টৰ নিশা এগৰাকী ৩১ বছৰীয়া বিবাহিত মহিলা দলবদ্ধ ধৰ্ষণৰ বলি হ’বলগীয়া হ’ল।

জানিব পৰা মতে ধৰ্ষণকাৰী কেইগৰাকীয়ে মহিলাগৰাকীক ধৰ্ষণৰ পিছত হত্যাৰ চেষ্টা চলাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত তেওঁ গুৰুতৰভাৱে আহত হয়।

ঘটনা সম্পৰ্কত শ্ৰীনগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান মহিলা গৰাকী সংকটজনক অৱস্থাত আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি হৈ আছে বুলি থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জনায়।

আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে সোমবাৰে নিশা মহিলা গৰাকীয়ে চেকেৰ্কোটত থকা তেওঁৰ ঘৰলৈ আহিবলৈ বাটালাত এখন অটো-ৰিক্সা লয়। অটোখনত পূৰ্বৰে পৰা দুজন যুৱক বহি আছিল।

মহিলা গৰাকীক উঠাই অটোখন গৈ থকা সময়তে উক্ত দুই যুৱকে তেওঁৰ ওপৰত আক্ৰমণ চলায় আৰু আনন্দ নগৰত ৰাস্তাৰ দাতিৰ এখন হাবিলৈ টানি নিয়ে, য’ত যুৱক দুজনে তেওঁক ধৰ্ষণ কৰে আৰু হত্যাৰ চেষ্টা চলায়, বিষয়া গৰাকীয়ে কয়।

দুৰ্বৃত্ত দুজনে মহিলা গৰাকীৰ মৃত্যু হ’ল বুলি ভাবি তাৰ পৰা পলাই যায়। কিন্তু তেওঁ কোনো মতে সহায় বিচাৰি এজন স্থানীয় লোকৰ ঘৰত উপস্থিত হয়। পিছত অঞ্চলটোৰ লোকসকলে তেওঁক কালি ৰাতিয়ে চিকিৎসালয়লৈ লৈ আনে।

এইপৰ্যন্ত ঘটনা সম্পৰ্কত কাকো আটক কৰা হোৱা নাই যদিও আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ অনুসন্ধান চলাই আছে বুলি জানিবলৈ দিয়ে।

Recent News

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd