• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যৌন সম্পৰ্ক কৰিবলৈ অস্বীকাৰ কৰি পত্নীয়ে জাঁপ দিলে কুঁৱাত : উঠাই আনি হত্যা কৰিলে স্বামীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 21, 2023 7:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছত্তীশগড়ৰ যশপুৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। শাৰীৰিক সম্পৰ্ক স্থাপনক লৈ পতি–পত্নীৰ মাজত হোৱা কাজিয়াই ল’লে ভয়ানক ৰূপ। যৌন সম্পৰ্ক গঢ়িবলৈ নাপায় পতিয়ে হত্যা কৰিলে পত্নীক।

সোমাবাৰে নিশা দম্পতীহালে মদ্যপান কৰি একেলগে শুই পৰে। ইয়াৰ পিছতেই স্বামীয়ে পত্নীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বিচাৰে। কিন্তু সুৰাৰ ৰাগীত যৌন সম্পৰ্ক গঢ়িবলৈ অস্বীকাৰ কৰে পত্নীয়ে। তাৰপিছতেই দুয়োৰে মাজত সূত্ৰপাত হয় কাজিয়াৰ।

এই কাজিয়াই ইমানেই ভয়াৱহ ৰূপ লয় যে শাৰীৰিক সম্পৰ্ক নকৰোঁ বুলি কৈ পত্নীয়ে জাঁপ দিয়ে এটা কুঁৱাত। কুঁৱাত জাঁপ দিয়া পত্নীক উদ্ধাৰৰ বাবে জাঁপ দিয়ে স্বামীয়ে।

কিন্তু স্বামীয়ে পত্নীক কুঁৱাৰ পৰা তুলি আনি উদ্ধাৰ কৰাৰ পিছতে পত্নীৰ লগত পুনৰ যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বিচাৰে। তাকে লৈ আকৌ সূত্ৰপাত হয় কাজিয়াৰ। অৱশেষত যৌন সম্পৰ্ক গঢ়িবলৈ নাপাই পত্নীক গোপন অংগত আঘাত কৰি নৃশংসভাবে হত্যা কৰে পাষাণ স্বামীয়ে।

জানিব পৰা মতে ঘাতক স্বামীগৰাকীৰ নাম শংকৰ ৰাম আৰু ভুক্তভোগী পত্নীগৰাকীৰ নাম হৈছে আশা বাই।

পত্নীক হত্যা কৰাৰ পিছত গোটেই ৰাতি পত্নীৰ মৃতদেহৰ ওচৰত বহি থাকে শংকৰ ৰাম।

পুৱা ঘটনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ শংকৰক গ্ৰেপ্তাৰ কৰে। আশা বাইৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ছত্ৰিশগড় আৰক্ষীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীকে ধৰি বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীকে ধৰি বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ

September 19, 2025 6:25 pm
ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে বিদায় মাগিলে জুবিন গাৰ্গে

ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে বিদায় মাগিলে জুবিন গাৰ্গে

September 19, 2025 5:55 pm
NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 19, 2025 4:27 pm
জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

September 19, 2025 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীকে ধৰি বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীকে ধৰি বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ

September 19, 2025 6:25 pm
ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে বিদায় মাগিলে জুবিন গাৰ্গে

ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে বিদায় মাগিলে জুবিন গাৰ্গে

September 19, 2025 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd