• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰৰ নতুন নিৰ্দেশ! বিবাহৰ আগৰ উপাধি ব্যৱহাৰ বা বিবাহ বিচ্ছেদ; NOC লাগিব স্বামীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 3, 2024 12:47 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

17.1k
VIEWS
Share on FacebookShare on Twitter

বিয়াৰ পিছত বহুসময়ত পত্নীয়ে স্বামীৰ উপাধি ব্যৱহাৰ কৰে। কিন্তু বিবাহ বিচ্ছেদৰ পিছত সেই উপাধিটো ছিন্ন কৰিব বিচাৰিলে মহিলাসকলে সমস্যাৰ সন্মুখীন হ’ব। কিয়নো উপাধি সলনি কৰিবলৈ হ’লে প্ৰয়োজন হ’ব স্বামীৰ NOC-ৰ।

অন্ততঃ দিব্যা মোদীৰ ক্ষেত্ৰত তেনেকুৱাই হ’ল৷ অধিসূচনাত কোৱা হৈছে যে স্বামীৰ NOC বাধ্যতামূলক। ইয়াতেই আপত্তি তুলি দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে মহিলাগৰাকীয়ে।

দিব্যাই কয় যে বিয়াৰ পিছত তেওঁ স্বামীৰ উপাধিটো নিজৰ নামৰ সৈতে ব্যৱহাৰ কৰিছিল। তেওঁৰ নাম হৈছিল দিব্যা মোডী টংগা। কিন্তু এতিয়া তেওঁ বিবাহ বিচ্ছেদৰ পথত। সেই গোচৰটোও আদালতত চলি আছে। এনে অৱস্থাত তেওঁ স্বামীৰ উপাধিটো ৰাখিব নিবিচাৰে।

লগতে পঢ়কঃ ডুবিল দেশৰ নাম! ঝাৰখণ্ড ভ্ৰমণৰ সময়ত দলবদ্ধ ধৰ্ষণৰ বলি হ’ল স্পেনিছ মহিলা

কিন্তু এই আবেদন দিবলৈ গৈয়ে তেওঁ বিপদত পৰিছে। উপাধি সলনিৰ বাবে আবেদন কৰাৰ পিছতে তেওঁ এখন চৰকাৰী অধিসূচনা লাভ কৰে। য’ত কোৱা হৈছে যে মহিলাগৰাকীয়ে উপাধি সলনিৰ বাবে নথি দেখুৱাব লাগিব। হয় স্বামীৰ অনুমতি পত্ৰ বা NOC লাগিব।

কৰঞ্জৱালা এণ্ড কোম্পানীৰ জৰিয়তে দাখিল কৰা মহিলাগৰাকীৰ আৱেদনত এই অধিসূচনাখন “বৈষম্যমূলক, একপক্ষীয় আৰু অযুক্তিকৰ” আৰু ভাৰতীয় সংবিধানৰ ১৪, ১৯ আৰু ২১ নং অনুচ্ছেদৰ অধীনত তেওঁৰ মৌলিক অধিকাৰ খৰ্ব কৰা বুলি উল্লেখ কৰা হৈছে।

লগতে পঢ়কঃ প্ৰেম বিবাহত বিবাহ বিচ্ছেদ বেছি! কেন্দ্ৰক বিবাহ আইন সংশোধনৰ পৰামৰ্শ আদালতৰ

আবেদনকাৰীৰ উপাধি সলনি কৰাৰ অধিকাৰ সম্পৰ্কীয় অধিসূচনাখন ‘এক বাধা হৈ পৰিছে’ বুলিও আবেদনখনত দাবী কৰা হৈছে। ইয়াৰ উপৰিও মহিলাৰ প্ৰতি শত্ৰুতাপূৰ্ণ আচৰণ, তেওঁলোকৰ ব্যক্তিগত গোপনীয়তাত হস্তক্ষেপ কৰাৰ অভিযোগো অন্তৰ্ভুক্ত কৰা হৈছে। 

Recent News

অৰুণাচলৰ লাজুস্থিত অসম ৰাইফলছৰ শিবিৰত আক্ৰমণ আলফা(স্বা) আৰু এনএছচিএনৰ

অৰুণাচলৰ লাজুস্থিত অসম ৰাইফলছৰ শিবিৰত আক্ৰমণ আলফা(স্বা) আৰু এনএছচিএনৰ

মন্দিৰৰ গৰ্ভগৃহত বলপূৰ্বক প্ৰৱেশ! বিজেপিৰ দুই প্ৰভাৱশালী সাংসদৰ বিৰুদ্ধে ৰুজু গোচৰ

মন্দিৰৰ গৰ্ভগৃহত বলপূৰ্বক প্ৰৱেশ! বিজেপিৰ দুই প্ৰভাৱশালী সাংসদৰ বিৰুদ্ধে ৰুজু গোচৰ

হাফলং : স্থানীয় লোকৰ পৰা ৬০ লাখ টকা লুটি পলায়নৰ চেষ্টা মহিলাৰ

হাফলং : স্থানীয় লোকৰ পৰা ৬০ লাখ টকা লুটি পলায়নৰ চেষ্টা মহিলাৰ

ছলমানক আমন্ত্ৰণ কৰাৰ বাবেই কপিলৰ কেফেত গুলীচালনা? ভাইৰেল বিষ্ণোই গেঙৰ অডিঅ’

ছলমানক আমন্ত্ৰণ কৰাৰ বাবেই কপিলৰ কেফেত গুলীচালনা? ভাইৰেল বিষ্ণোই গেঙৰ অডিঅ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd