• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীৰ পতিতালয়ত উদ্ধাৰ অসমৰ মহিলা; বলপূৰ্বকভাৱে দেহ ব্যাৱসায়ত জড়িত কৰোৱাৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2019 10:21 am
Delhi redlight area

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।উৎস-ইণ্টাৰনেট

8.7k
VIEWS
Share on FacebookShare on Twitter

দিল্লী আৰক্ষী আৰু দিল্লী মহিলা আয়গে চলোৱা এক যুটীয়া অভিযানত নতুন দিল্লীৰ জি বি ৰোডস্থিত ৰেড লাইট অঞ্চলৰ পৰা এগৰাকী অসমৰ মহিলাক উদ্ধাৰ কৰা হয়।

দুৰ্বৃত্তৰ দলটোৱে মহিলাগৰাকীৰ সাত বছৰীয়া কন্যা সন্তানগৰাকীক জিম্মাত লৈ মহিলাগৰাকীক পতিতা বৃত্তি লবলৈ বাধ্য কৰোৱা বুলি খবৰ লাভ কৰা হৈছে।

মহিলাগৰাকীয়ে ঘটনাসন্দৰ্ভত দিল্লী আৰক্ষী আৰু মহিলা আয়োগত অভিযোগ দাখিল কৰিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰা হয়।

যুটীয়া অভিযানকাৰী দলটোৱে বুধবাৰে নিশা অভিযান চলাই অসমৰ মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পতিতালয়ৰ কোঠা নম্বৰ ৪০ ৰ গৰাকী মহন্ত উপাধিৰ এগৰাকী ব্যাক্তিকো অমসৰ মহিলাগৰাকীক বলপূৰ্বকভাৱে পতিতা বৃত্তি গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আনহাতে, ফাৰাহ আৰু দীপক নামৰ দুজন লোক দেহ ব্যাৱসায় চক্ৰটোত জড়িত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰা হৈছে।

প্ৰথমগৰাকী স্বামীৰ মৃত্যুৰ পাছত মহিলগৰাকীয়ে দ্বিতীয় বিবাহ কৰাইছিল আৰু এমাহ পূৰ্বে দীপক নামৰ স্বামীৰ বন্ধু এগৰাকীৰ সৈতে মহিলাগৰাকী দিল্লীলৈ আহিছিল।

‘দীপকে তাইক চাকৰি দিম বুলি লৈ আহিছিল আৰু ফাৰাহ নামৰ ব্যাক্তিজনৰ ওচৰত বিক্ৰী কৰি দিছিল’-আৰক্ষী সূত্ৰত প্ৰকাশ কৰে।

‘‘মোক চাকৰি দিম বুলি কৈছিল আৰু তাৰ পাছত সিহতে মোৰ ছোৱালীজনীক এখন হোষ্টেলত ৰাখিব বুলিও কৈছিল, কোৱা মতে নোহোৱাবাবে মই প্ৰতিবাদ কৰিছিলো’’-মহিলাগৰাকীয়ে কয়।

পৰৱৰ্তী সময়ত দুৰ্বৃত্তকেইজনে মহিলাগৰাকীক ভাবুকি প্ৰদান কৰিছিল আৰু দেহ ব্যাৱসায় বৃত্তিত জড়িত হ’বলৈ বাধ্য কৰাইছিল বুলি সূত্ৰত পৰা লাভ কৰা খবৰ অনুসৰি জানিব পৰা গৈছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd