• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাৱলম্বিতাৰ আদৰ্শ! মূৰত ৰ’দ লৈ ট্ৰেক্টৰ চলাই নিজেই হাল বাই পথাৰত কৃষি কাৰ্যত ব্যস্ত মহিলা

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
August 25, 2022 3:35 pm
স্বাৱলম্বিতাৰ আদৰ্শ! মূৰত ৰ’দ লৈ ট্ৰেক্টৰ চলাই নিজেই হাল বাই পথাৰত কৃষি কাৰ্যত ব্যস্ত মহিলা

ফটো: নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰখৰ ৰ’দ, ঠায়ে ঠায়ে পানীৰ অভাৱত চিৰাল ফাট দিছে কৃষি ভূমি। ইয়াকে লৈ উদ্বিগ্ন খেতিয়ক ৰাইজ। এনে সময়তে শিৱসাগৰৰ পানবেছাত প্ৰখৰ ৰ’দ নেওচি টেক্টৰেৰে নিজেই হাল বাই কঠিয়া ৰোৱাত ব্যস্ত একাংশ মহিলা।

শিৱসাগৰ জিলা কৃষি বিভাগ, দিচাংমুখ এগ্ৰ’ প্ৰতিষ্ঠানৰ উদ্যোগত পানবেছাৰ দিহিঙ্গীয়া চুকত কৃষি কাৰ্যত ব্যস্ত হৈ পৰিছে ৰাইজ ।

লগতে পঢ়ক: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

মহিলাসকলে মূৰত ৰ’দ লৈ টেক্টৰেৰে মাটি চহোৱাৰ লগতে অত্যাধুনিক মেচিনৰ সহায়ত ৰুইছে বিঘাই বিঘাই উন্নত জাতৰ কঠিয়া।

ভৰ দুপৰীয়া গছৰ ছাঁ অথবা ঘৰত অতিবাহিত কৰাৰ বিপৰীতে টেক্টৰ চলাই কৰ্মপটুতাৰ নিদৰ্শন দাঙি ধৰিছে এইসকল গ্ৰামাঞ্চলৰ মহিলাই ।

বোকা পথাৰৰ কাষত এই সকল মহিলাৰ কৰ্মপটুতাত তবধ মানি ছাটি লৈ চাই ৰৈছে কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে ।

লগতে পঢ়ক: বিজেপিক গালি দিয়াৰ পৰিবৰ্তে শ্বেৰমান আলিয়ে কংগ্ৰেছক গালি পাৰে: আব্দুল খালেক

কম খৰচত কিদৰে ধান খেতি কৰি স্বাৱলম্বী হ’ব পাৰি সেই আদৰ্শ দেখুৱাইছে এই সকল মহিলাই।

পার্শ্বজোতি গগৈ, শিৱসাগৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ন্যায়িক হস্তক্ষেপৰ অভিযোগ: এনচিএলএটি গোচৰত তদন্তৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

ন্যায়িক হস্তক্ষেপৰ অভিযোগ: এনচিএলএটি গোচৰত তদন্তৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

August 28, 2025 3:23 pm
অস্বস্তিত অসম আৰক্ষী! সাংবাদিক অভিসাৰ শৰ্মাক ৪ সপ্তাহৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান ছুপ্ৰীম কোৰ্টৰ

অস্বস্তিত অসম আৰক্ষী! সাংবাদিক অভিসাৰ শৰ্মাক ৪ সপ্তাহৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান ছুপ্ৰীম কোৰ্টৰ

August 28, 2025 2:52 pm
প্ৰশাসনিক হেমাহিৰ বিৰুদ্ধে প্ৰতিবাদ, উপাচাৰ্যৰ কাৰ্যালয় অৱৰোধ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

প্ৰশাসনিক হেমাহিৰ বিৰুদ্ধে প্ৰতিবাদ, উপাচাৰ্যৰ কাৰ্যালয় অৱৰোধ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

August 28, 2025 2:21 pm
আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু ১৫৭০গৰাকী প্ৰাৰ্থী!

আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু ১৫৭০গৰাকী প্ৰাৰ্থী!

August 28, 2025 2:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায়িক হস্তক্ষেপৰ অভিযোগ: এনচিএলএটি গোচৰত তদন্তৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

ন্যায়িক হস্তক্ষেপৰ অভিযোগ: এনচিএলএটি গোচৰত তদন্তৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

August 28, 2025 3:23 pm
অস্বস্তিত অসম আৰক্ষী! সাংবাদিক অভিসাৰ শৰ্মাক ৪ সপ্তাহৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান ছুপ্ৰীম কোৰ্টৰ

অস্বস্তিত অসম আৰক্ষী! সাংবাদিক অভিসাৰ শৰ্মাক ৪ সপ্তাহৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান ছুপ্ৰীম কোৰ্টৰ

August 28, 2025 2:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd