• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম ক্ৰিকেট সন্থাৰ কাণ্ডজ্ঞানহীনতাৰ বাবে লাঞ্চিত হ’ল ৰাজ্যৰ মহিলা ক্ৰিকেট দল

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2019 10:36 am
jaipur-airport

ইন্টাৰনেটৰ পৰা সংগৃহীত

471
VIEWS
Share on FacebookShare on Twitter

নতুন সমিতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতো বিড়ম্বনাই লগ এৰা নাই অসম ক্ৰিকেট সন্থাত। সন্থাৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই ২৩ জানুৱাৰিত তেনে এক বিড়ম্বনাৰ সন্মুখীন হ’ল অসমৰ অনূৰ্ধ্ব ২৩ মহিলা ক্ৰিকেট দলটো।

অসমৰ মহিলা দলটোৱে জয়পুৰত বি চি চি আইৰ অনূৰ্ধ্ব টি-২০ টুৰ্নামেণ্টত অংশগ্ৰহণ কৰি অসমলৈ উভতি অহাৰ সময়তে জয়পুৰৰ বিমানবন্দৰত সংঘটিত হয় এক অবাঞ্চিত ঘটনা। যাত্ৰাৰ সময়ত অতিৰিক্ত বয়বস্তুৰ বাবদ বিমান কৰ্তৃপক্ষক ধন আদায় নিদিয়াৰ বাবেই দলটোৱে নিজ ৰাজ্যলৈ উভতি আহিব নোৱাৰিলে।

উল্লেখ্য যে অতিৰিক্ত বয়বস্তু কঢ়িওৱাৰ বাবদ বিমান কৰ্তৃপক্ষই দলটোক ৭৬ হাজাৰ টকা আদায় দিবলৈ কৈছিল। বিমান কৰ্তৃপক্ষৰ এই কথাত লগে লগে বিমোৰত পৰা দেখা যায় অসমৰ ১৮ জনীয়া দলটোক। যাৰ ফলত উপায়ন্তৰ হৈ দলটোৱে অতিৰিক্ত এটা দিন জয়পুৰতে কটাবলগীয়া হয়।

উল্লেখনীয় বিষয় যে অসমৰ এই মহিলা দলটোৰ বিমান সেৱাৰ দায়িত্ব শুভযাত্ৰা নামৰ এটা ট্ৰেভেল এজেন্সীক প্ৰদান কৰিছিল। কিন্তু অসম ক্ৰিকেট সন্থাৰ অব্যৱস্থাপনা আৰু ট্ৰেভেল এজেন্সীৰ গাফিলতিৰ বাবে এনেদৰে অসমৰ মহিলা দলটো বহিঃৰাজ্যৰ বিমানবন্দৰত লজ্জানত হ’ব লগীয়া হয়। এই ঘটনাক লৈ এতিয়া বিভিন্ন জনে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে।

অসম ক্ৰিকেট সন্থাৰ সভাপতি, সম্পাদককে ধৰি বিভিন্ন পদসমূহ সলনি হ’ল ঠিকেই কিন্তু সলনি নহ’ল কাম-কাজৰ ধৰণ। শেহতীয়াকৈ সংঘটিত এই ঘটনাটোৱেই পুনৰ প্ৰমাণ কৰি দিলে এ চি এৰ নিৰ্লজ্জ ৰূপ।

Recent News

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd