• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 3, 2025 9:30 pm
62
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ জোনালীস্থিত সনাতন ধৰ্ম সভা প্ৰাংগনত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ত্ৰয়োবিংশতিতম বিশ্ব পক্ষী দিৱস। এই উপলক্ষে পুৱা ১০ বজাত শোভাযাত্রা উদ্বোধন কৰে  গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড মেম্বাৰ বিজু মেধিয়ে।

পক্ষী দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। ভঙাগড়ৰ অৰুণা মেম‘ৰিয়েল হাস্পতালৰ চিকিৎসক ডাঃ সৌৰভ শৰ্মাৰ আৰু তেওঁ সহযোগীসকলে শতাধিক ৰোগীক স্বাস্থ্য সেৱা আগবঢ়ায়। তদুপৰি বিশ্ব পক্ষী দিৱস উপলক্ষে অনুষ্ঠিত হয় চৰাইৰ সুৰক্ষা বিষয়ক এখন গুৰুত্বপূৰ্ণ আলোচনা  চক্র। কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ অমূল্য বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে উপস্থিত থাকে ডিফু কলেজৰ প্রাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড° মাইনু দেবী, অৱসৰী অতিৰিক্ত ন্যায়াধীশ বিনয় কুমাৰ শৰ্মা, বিশিষ্ট পৰিৱেশ কর্মী গিৰিমল্লিকা শইকীয়া । 

আবেলি অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে ভুৱনেশ্বৰ শৰ্মাই । বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ড০ পদ্মপাণি আৰু অধ্যাপক ড০ অমলেন্দু চক্ৰৱৰ্তীয়ে। মুকলি সভাত ত্ৰয়োবিংশতিতম বিশ্ব পক্ষী দিৱসৰ স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন কৰা হয়। সমবেত কণ্ঠত গীত পৰিবেশন কৰে ৰঞ্জনা পাঠক, দিপলু শর্মা, নয়নমণি হাজৰিকা, গীতা ৰাণী ডেকা, গীতা দেবী, মিতালী দেবী, মৃণালী ভড়ালী, জয়া গোস্বামী, পদ্মিনী ৰাজবংশী, দীপা ডেকা, জীবনি ডেকা, হিৰণ্যময়ী বৰুৱা, দীপিকা বে কাথাৰ নাথ, মঞ্জুলা বেগম, পম্পা শৰ্মা, সুৰ সংগত কৰে নিকুঞ্জ মেধি আৰু বাদ্যযন্ত্রীসকলে।

মুকলি সভাত সত্ৰীয়া নৃত্য পৰিৱেশন কৰি ভূয়সী প্রশংসা লাভ কৰে শিল্পী লীলম মঞ্জুৰী কলিতাই। অনুষ্ঠানৰ আঁত ধৰে প্রধান মুখ্য সম্পাদক ড° খৈয়াম উদ্দিন আহমেদ আৰু সাধাৰণ সম্পাদক নগেন চন্দ্র শর্মাই।বিয়লি অনুষ্ঠিত হয় পক্ষীবিষয়ক কবি সন্মিলন । অৰ্ধশতাধিক কবিয়ে অনুষ্ঠানটোত কবিতা পাঠ কৰে। কাৰ্যসূচীত বিশেষ সহযোগিতা আগবঢ়ায় ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক উজ্জ্বল শর্মাই।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd