• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবছৰতে লকডাউনৰ পোষকতা শিল্পী আচুৰ্য্য বৰপাত্ৰৰ

বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰকৃতিক লৈ নতুন গীত "তোৰহে জিৰণি নাই" মুকলি

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
June 5, 2020 10:19 pm
World Environment Day: Achurjya Borpatra's new song released in Golaghat

নতুন গীতটোৰ ভিডিঅ’ৰ স্ক্ৰীন গ্ৰেব।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই পৃথিৱীৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে প্ৰতি বছৰে লকডাউনৰ পোষকতা কৰিছে।

যুৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পীজনে বছৰি অন্ততঃ দহ দিন লকডাউনৰ পোষকতা কৰিছে।

প্ৰকৃতিক লৈ প্ৰস্তুত কৰা তেওঁৰ এটি নতুন গীতৰ উদ্বোধনী অনুষ্ঠানত বিশ্ব পৰিৱেশ দিৱসৰ দিনা বৰপাত্ৰই এই মন্তব্য কৰে।

লগতে বিশ্ব পৰিৱেশ সুৰক্ষাৰ বাবে সকলোকে ঘৰৰ পদূলিত একোটাকৈ গছপুলি ৰোপনৰ বাবে তেওঁ আহ্বান জনায়।

বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত কালি অৰ্থাৎ যোৱা ৪ জুনৰ বিয়লি শিল্পীগৰাকীয়ে নতুন গীতটোৰ ভিডিঅ’ মুকলি কৰিছিল।

আজি “তোৰহে জিৰণি নাই” শীৰ্ষক উক্ত গীতটো উদ্বোধন কৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ নৃপেন বৰুৱাই।

আনহাতে গীতটোৰ ভিডিঅ’টো উদ্বোধন কৰে এ চি এৰ উপ-সভাপতি পৰীক্ষিত দত্ত আৰু সন্মিলিত মটৰ পৰিবহণ সন্থাৰ সভাপতি পূৰ্ণ ৰাজখোৱাই।

পাপলু চেতিয়াই ৰচনা কৰা আৰু অৰূপজ্যোতি বৰুৱাই সংগীত কৰা উক্ত গীতটিৰ কিছু দৃশ্যাংশত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং আৰু পক্ষীবিদ মনোজ গগৈক দেখুওৱা হৈছে।

গোলাঘাট নগৰৰ মাজমজিয়াত থকা পদ্মশ্ৰী ডাঃ ৰবীন বেনাৰ্জী নেচাৰেল হিষ্ট্ৰি মিউজিয়ামত অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিল।

আনহাতে শিল্পী বৰপাত্ৰই পৰিৱেশ দিৱস উপলক্ষে গোলাঘাটৰ বিভিন্ন দল-সংগঠন ,ব্যক্তিৰ সৈতে বিভিন্ন স্থানত বৃক্ষৰোপন কৰে।

ঋতুপল্লৱ শইকীয়া

ঋতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

August 25, 2025 1:34 pm
চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

August 25, 2025 12:52 pm
ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

August 25, 2025 11:45 am
গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

August 25, 2025 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

August 25, 2025 1:34 pm
চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

August 25, 2025 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd