• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ, কলিয়াবৰ,বিশ্বনাথত ক’ভিড প্ৰট’কলৰ মাজেৰে পৰিবেশ দিৱস উদযাপন

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 5, 2021 4:24 pm
bbb
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈ
ৰাজ্যৰ লগতে শিৱসাগৰৰ বিভিন্ন স্থানত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস।
সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। শিৱসাগৰৰ মাৰোৱাড়ী যুৱ মঞ্চৰ শিৱসাগৰ প্ৰগতি শাখাই থানুৰাম গগৈ মেম’ৰিয়েল বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস পালন কৰে।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে মৰোৱাড়ী যুৱ মঞ্চৰ প্ৰগতি শাখাই বিদ্যালয়ৰ চৌহদত গছ পুলি ৰোপন কৰাৰ লগতে বিনামূলীয়াকৈ অক্সিজেন চিলিণ্ডাৰো প্ৰদান কৰে।
শিৱসাগৰ নেচাৰ্চ ‌বেকন আৰু ইলোৰা বিজ্ঞান মঞ্চ উদ্যোগত শিৱসাগৰৰ কৰ্মবীৰ ভূৱন চন্দ্ৰ গগৈ মেম’ৰিয়েল অসম পলিটেকনিক হাইস্কুলৰ চৌহদত গছপুলি ৰোপন কৰি বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।

আনহাতে চিলভাৰ লাইন এডুকেচন এণ্ড ডেভেলপমেণ্ট ছ’ছাইটিৰ দ্বাৰা বিশ্ব পৰিৱেশ দিৱস হিচাপে সেউজ শিৱসাগৰ নামেৰে এক বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
শিৱসাগৰৰ ঐতিহাসিক কাথপাৰ শ্ৰী শ্ৰী নিত্যানন্দ থান প্ৰাংগণত বৃক্ষৰোপন কৰাৰ লগতে প্ৰগতি চাৰিআলি, বানমুখ, পানবেচা আদি ঠাইত আজি দিনটোত গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।

কলিয়াবৰৰ পৰা ৰিদিপ শৰ্মা
বিশ্ব পৰিৱেশ দিৱসত কলিয়াবৰৰ ভিন্ন স্থানত বৃক্ষৰোপন আৰু গছপুলি বিতৰণ কৰা হয়।
অসম গণ পৰিষদৰ ১ লাখ গছপুলি ৰোপনৰ কাৰ্যসূচীৰ অংশ বিশেষ হিচাবে কলিয়াবৰতো ভিন্ন স্থানত গছপুলি ৰোপন কৰে।

আনহাতে কৃষিভূমি সংৰক্ষণ সমিতিৰ উদ্যোগত কলিয়াবৰৰ বামুনী-নিজৰি পথত বৃক্ষৰোপন কৰে মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে।

বিশ্ব পৰিৱেশ দিৱসৰ সংগতি ৰাখি কলিয়াবৰ কেইজনমান সমাজ-সচেতন যুৱকে কলিয়াবৰৰ ভিন্ন প্ৰান্তত বৃক্ষৰোপন কৰাৰ লগতে কলিয়াবৰ প্ৰেছ ক্লাৱৰ সাংবাদিকসকলক একোটাকৈ গছপুলি বিতৰণ কৰে।

বিশ্বনাথৰ পৰা কাজী জেইদুল ইছলাম
বিশ্ববাসীয়ে আজি উদযাপন কৰিলে বিশ্ব পৰিবেশ দিৱস । কভিড পৰিস্থিতিৰ মাজত অনুস্টুপিয়াকৈ উদযাপন কৰা হয় পৰিবেশ দিৱস ।

বিশ্বনাথতো আজি কোভিড নীতি নিৰ্দেশনাৰ মাজত পৰিবেশ দিৱস পালন কৰা হয় ।
গুপ্তকাশী বিশ্বনাথ ঘাটত “সেউজ বিশ্বনাথ” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত বিশ্বনাথ মন্দিৰ, বিশ্বনাথ ঘাট নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, নামঘৰ, বিশ্বনাথ ঘাট নদী আৰক্ষী থানাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰান্তত মূল্যবান গছপুলি ৰোপণ কৰা হয় ।

গছপুলি সমুহ ৰোপন কৰা লগতে সংৰক্ষণৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰে স্বেচ্ছাসেৱী সংগঠনটিয়ে ।

ইতিমধ্যে ৰাজ্যৰ কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কোনো ধৰণৰ অনুষ্ঠান অথবা জনসমাগম কাৰ্যসূচী নাৰাখিl কেৱল ৰোপন কাৰ্যসূচীৰে সমাপন কৰা হয় বিশ্ব পৰিবেশ দিৱসৰ ।

উল্লেখ্য যে গুপ্তকাশী বিশ্বনাথ ঘাটৰ পৰা জন্ম লাভ কৰা স্বেচ্ছাসেৱী সংগঠনটিয়ে পৰিৱেশৰ লগত জড়িত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি সামাজিক ভাৱে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈ আহিছে ।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd