• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

World Rhino Day আজি ‘বিশ্ব গঁড় দিৱস’, বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো উদযাপন, জানো আহক বিশ্ব গঁড় দিৱসৰ তাৎপৰ্যৰ বিষয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2022 12:38 pm
183
VIEWS
Share on FacebookShare on Twitter

আজি ‘বিশ্ব গঁড় দিৱস’। সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ২২ ছেপ্তেম্বৰৰ দিনটোত বিশ্ব গঁড় দিৱস উদযাপন কৰা হয়। গঁড়ৰ সংৰক্ষণ তথা বৃদ্ধিৰ বিষয়ত গণ সচেতনতা সৃষ্টিৰ মানসেৰেই বিশ্ব গঁড় দিৱস পালন কৰা হয়।

মূলতঃ আফ্ৰিকা আৰু এছিয়াত বাস কৰা গঁড়ৰ সংৰক্ষণৰ বিষয়ত সজাগতা সৃষ্টিৰ প্ৰয়াস আজিৰ দিনটোতে বিভিন্ন অনুষ্ঠানৰ মাজৰে কৰা হয়।

বিশ্ব বন্য প্ৰাণী পুঁজিয়ে ২০১০ চনত দক্ষিণ আফ্ৰিকাত পোন প্ৰথমবাৰৰ বাবে ‘বিশ্ব গঁড় দিৱস’ পালনৰ কথা ঘোষণা কৰিছিল। তেতিয়াৰে পৰা প্ৰতিবছৰে ২২ ছেপ্টেম্বৰৰ দিনটোত বিশ্ব গঁড় দিৱস পালন কৰি অহা হৈছে। প্ৰাণী বিশ্ৰানীসকলে প্ৰকাশ কৰা মতে বিশ্বত মুঠ পাঁচটা প্ৰজাতিৰ গঁড় পোৱা যায়।

ইয়াৰ ভিতৰত বগা ৰঙৰ গঁড়ৰ আকৃতি আটাইতকৈ ডাঙৰ । এনে গঁড় প্ৰায় ১.৮ মিটাৰলৈ ওখ হয়।

জাভান প্ৰজাতিৰ গঁড়ৰ মূৰত এটা শিং থকাৰ উপৰি সুমাত্ৰান গঁড়ৰ দুটা শিং থাকে।

গঁড়ৰ দৃষ্টি শক্তি তেনেই ক্ষীণ। এই প্ৰাণী বিধে প্ৰায় ৯৭ ফুট দূৰৈলৈকেহে ভালদৰে দেখা পায়।
সম্প্ৰতি তিনিটা প্ৰজাতিৰ গঁড়- ক’লা, জাভান আৰু সুমাত্ৰান বিপদাপন্ন হৈ পৰিছে।

বিশ্বৰ বিভিন্ন দেশৰ লগতে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাতো বিশ্ব গঁড় দিৱস পালন কৰা হয় ৷

কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নেতৃত্বত দিন জোৰা কাৰ্যসূচীৰে আজি বিশ্ব গঁড় দিৱস উদযাপন কৰা বুলি জানিব পৰা গৈছে ৷একেদৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানতো বিশ্ব গঁড় দিৱস পালন কৰা হৈছে।

Recent News

মণিপুৰত ৰাজ্যপালক স্মাৰক পত্ৰ দিবলৈ যোৱা প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ: আহত ৭ গৰাকী মহিলা

মণিপুৰত ৰাজ্যপালক স্মাৰক পত্ৰ দিবলৈ যোৱা প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ: আহত ৭ গৰাকী মহিলা

ক্লাছেনৰ ‘ক্লাছ’ত মুগ্ধ অনুৰাগী! মৰ্যাদাৰ যুঁজত হায়দৰাবাদৰ বিধ্বংসী ইনিংছৰ সন্মুখত ধৰাশায়ী কলকাতা

ক্লাছেনৰ ‘ক্লাছ’ত মুগ্ধ অনুৰাগী! মৰ্যাদাৰ যুঁজত হায়দৰাবাদৰ বিধ্বংসী ইনিংছৰ সন্মুখত ধৰাশায়ী কলকাতা

পঞ্জাৱৰ হোছিয়াৰপুৰত আম্বেদকাৰৰ প্ৰতিমূৰ্তিত আঘাত, অপমান; এজন যুৱকক গ্ৰেপ্তাৰ

পঞ্জাৱৰ হোছিয়াৰপুৰত আম্বেদকাৰৰ প্ৰতিমূৰ্তিত আঘাত, অপমান; এজন যুৱকক গ্ৰেপ্তাৰ

এই ৭ টা খাদ্য কেতিয়াও আপোনাৰ কেঁচুৱাক নিদিব! কি কি আছে এই তালিকাত?

এই ৭ টা খাদ্য কেতিয়াও আপোনাৰ কেঁচুৱাক নিদিব! কি কি আছে এই তালিকাত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd