• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ভিদৰ প্ৰাদুৰ্ভাৱ! বন্ধ কৰা হ’ল বিশ্বৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিক্স বজাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2022 6:31 pm
World's Largest Electronics Market
161
VIEWS
Share on FacebookShare on Twitter

ক’ভিদ মহামাৰীৰ গ্ৰাসৰ পৰা এতিয়াও মুক্ত হোৱা নাই পৃথিৱীৰ বহুতো দেশ। ক’ভিদৰ উৎপত্তিস্থল চীনতো হ্ৰাস পোৱা নাই কৰ’ণাৰ সংক্ৰমণ। দেশখনৰ বহুতো চহৰত ক’ভিদৰ সংক্ৰমণ ক্ৰমশ বৃদ্ধি পাইছে।

এনে বহু অঞ্চলত কৰ’ণা ভাইৰাছ সংক্ৰমণৰ বৃদ্ধি পোৱাৰ পিছত তাৎক্ষণিকভাৱে সাৱধানতা অৱলম্বন কৰা হৈছে। ক’ভিদৰ ফলত প্ৰভাৱান্বিত হৈছে চীনত থকা বিশ্বৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিক্স বজাৰো।

চীনৰ দক্ষিণ চহৰ শ্বেনঝেনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে বিশ্বৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিক্স বজাৰ হুয়াকিয়াংবেই ক’ভিদ-১৯ ৰ প্ৰাদুৰ্ভাৱ প্ৰতিহত কৰিবলৈ অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে।

চীনৰ হুয়াকিয়াংবেই ইলেক্ট্ৰনিক্স বজাৰ অঞ্চলৰ স্বাস্থ্য বিষয়াসকলে পৰীক্ষাৰ সময়ত কৰ’ণাৰ লক্ষণ থকা ৯ গৰাকী ৰোগী চিনাক্ত কৰিছে।

প্ৰতিবেদন অনুসৰি, বিশাল অঞ্চলটোৰ তিনিটা মুখ্য অট্টালিকা অহা ২ ছেপ্টেম্বৰলৈকে বন্ধ থাকিব। এই অট্টালিকা কেইটাত মাইক্ৰ’চিপ, টেলিফোনৰ অংশ আৰু অন্যান্য বৈদ্যুতিক উপাদান বিক্ৰী কৰা হাজাৰ হাজাৰ ষ্টল আছে।

হুয়াকিয়াংবেই ইলেক্ট্ৰনিক্স বজাৰৰ লগতে প্ৰদেশখনৰ ২৪ টা মেট্ৰ’ ষ্টেচনত ৰে’ল সেৱাও স্থগিত ৰখা হৈছে।

Recent News

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

একেৰাহে ৩২ ঘণ্টা যান-জঁট! আৱদ্ধ হৈ পৰে বহু গাড়ী, শ্বাসৰুদ্ধ হৈ মৃত্যু কমেও তিনিজনৰ

একেৰাহে ৩২ ঘণ্টা যান-জঁট! আৱদ্ধ হৈ পৰে বহু গাড়ী, শ্বাসৰুদ্ধ হৈ মৃত্যু কমেও তিনিজনৰ

মনে মনে থকা মানে কোনো সমস্যা নহয়; অন্তৰ্মুখী শিশুসকলক কোৱা উচিত নহয় এই ৫টা কথা

মনে মনে থকা মানে কোনো সমস্যা নহয়; অন্তৰ্মুখী শিশুসকলক কোৱা উচিত নহয় এই ৫টা কথা

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd