• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিন্তিত হিমন্ত ! গুৱাহাটীত ভয়ংকৰ গণ সংক্ৰমণ ; ৪৮ ঘন্টাত আক্ৰান্ত তিনি শতাধিক

ল'কডাউন সুন্দৰকৈ মানিলেহে বচাব পাৰিম গুৱাহাটীক : হিমন্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 30, 2020 8:40 pm
Mother tongue to be medium of instruction upto Class V in Assam schools
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৫ জুনৰ পৰা গুৱাহাটীত ৰেণ্ডম টেষ্টিং আৰম্ভ হোৱাৰ পাছতে ভয়ংকৰ ৰূপত গণ সংক্ৰমণ হোৱাৰ কথা পোহৰলৈ আহিছে।

কিয়নো যোৱা ১৫ জুনৰ পৰা আজি পৰ্য্যন্ত প্ৰায় ১৪০০ লোক ক’ৰ’না পজিটিভ হিচাপে চিনাক্ত হৈছে।

ইপিনে, যোৱা নিশা গুৱাহাটীত প্ৰায় ১৭০ টা পজিটিভ কেচ পোৱা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰোপৰি, কোভিডত আক্ৰান্ত হৈ এসপ্তাহৰ ভিতৰত ৫০ বছৰৰ তলৰ দুগৰাকীকৈ লোক মৃত্যু মুখত পৰা বুলি তেওঁ উল্লেখ কৰে।

উল্লেখ কৰিব পাৰি যে, ৪৮ ঘন্টাৰ ভিতৰতে খানাপাৰাৰ হেমাংগ তালুকদাৰ(৪৫) আৰু ফটাশিল আমবাৰীৰ দিলীপ তালুকদাৰ কোভিড১৯ত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা বুলি খবৰ আহিছিল।

ইপিনে, গুৱাহাটীৰ সমগ্ৰ পৰিৱেশ অলপমান চিন্তনীয় হৈ আছে বুলি মন্তব্য কৰি মন্ত্ৰী হিমন্তই লগতে কয়, ‘যদি ল’কডাউন ভালদৰে পালন কৰো, বিভিন্ন মনে সজা বাতৰি, প্ৰচাৰ অপ-প্ৰচাৰৰ পৰা দূৰত থাকি ১৪ দিন ল’কডাউন সুন্দৰকৈ পালন কৰিলে মহানগৰীখনক বচাব পাৰিম।‘

তদুপৰি, গুৱাহাটীবাসী ৰাইজৰ মনত সন্দেহ হ’লে ৱাৰ্ডত থকা কোভিড পৰীক্ষণ কেন্দ্ৰ অথবা ১২ খনকৈ কোভিড পৰীক্ষা কেন্দ্ৰ থকা চিকিৎসালয়ত স্বাৱ জমা দিবলৈ আহ্বান জনায় হিমন্তই।

ইপিনে, অহা ৩-৪ দিনৰ ভিতৰত গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত কোভিড ৰোগীক চিকিৎসা কৰোৱাৰ ব্যৱস্থা কৰোৱা হ’ব বুলি তেওঁ সদৰী কৰে।

কাইলৈৰ পৰা খানাপাৰাৰ অস্থায়ী কোভিড হাস্পতালতো কৰ’না ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দি লগতে কয়, ‘গুৱাহাটীত এসপ্তাহৰ ভিতৰত ২০০০ বিচনাৰ সংখ্যা কৰাৰ লক্ষ্য লোৱা হৈছে।‘

এক সুত্ৰৰ পৰা জানিব পৰা মতে গুৱাহাটী মহানগৰীত মুঠ ৩৩৪ গৰাকী লোক যোৱা ৪৮ ঘন্টাৰ ভিতৰত আক্ৰান্ত হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd