• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিন্তিত হিমন্ত ! গুৱাহাটীত ভয়ংকৰ গণ সংক্ৰমণ ; ৪৮ ঘন্টাত আক্ৰান্ত তিনি শতাধিক

ল'কডাউন সুন্দৰকৈ মানিলেহে বচাব পাৰিম গুৱাহাটীক : হিমন্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 30, 2020 8:40 pm
Mother tongue to be medium of instruction upto Class V in Assam schools
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৫ জুনৰ পৰা গুৱাহাটীত ৰেণ্ডম টেষ্টিং আৰম্ভ হোৱাৰ পাছতে ভয়ংকৰ ৰূপত গণ সংক্ৰমণ হোৱাৰ কথা পোহৰলৈ আহিছে।

কিয়নো যোৱা ১৫ জুনৰ পৰা আজি পৰ্য্যন্ত প্ৰায় ১৪০০ লোক ক’ৰ’না পজিটিভ হিচাপে চিনাক্ত হৈছে।

Apply Now

ইপিনে, যোৱা নিশা গুৱাহাটীত প্ৰায় ১৭০ টা পজিটিভ কেচ পোৱা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰোপৰি, কোভিডত আক্ৰান্ত হৈ এসপ্তাহৰ ভিতৰত ৫০ বছৰৰ তলৰ দুগৰাকীকৈ লোক মৃত্যু মুখত পৰা বুলি তেওঁ উল্লেখ কৰে।

উল্লেখ কৰিব পাৰি যে, ৪৮ ঘন্টাৰ ভিতৰতে খানাপাৰাৰ হেমাংগ তালুকদাৰ(৪৫) আৰু ফটাশিল আমবাৰীৰ দিলীপ তালুকদাৰ কোভিড১৯ত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা বুলি খবৰ আহিছিল।

ইপিনে, গুৱাহাটীৰ সমগ্ৰ পৰিৱেশ অলপমান চিন্তনীয় হৈ আছে বুলি মন্তব্য কৰি মন্ত্ৰী হিমন্তই লগতে কয়, ‘যদি ল’কডাউন ভালদৰে পালন কৰো, বিভিন্ন মনে সজা বাতৰি, প্ৰচাৰ অপ-প্ৰচাৰৰ পৰা দূৰত থাকি ১৪ দিন ল’কডাউন সুন্দৰকৈ পালন কৰিলে মহানগৰীখনক বচাব পাৰিম।‘

তদুপৰি, গুৱাহাটীবাসী ৰাইজৰ মনত সন্দেহ হ’লে ৱাৰ্ডত থকা কোভিড পৰীক্ষণ কেন্দ্ৰ অথবা ১২ খনকৈ কোভিড পৰীক্ষা কেন্দ্ৰ থকা চিকিৎসালয়ত স্বাৱ জমা দিবলৈ আহ্বান জনায় হিমন্তই।

ইপিনে, অহা ৩-৪ দিনৰ ভিতৰত গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত কোভিড ৰোগীক চিকিৎসা কৰোৱাৰ ব্যৱস্থা কৰোৱা হ’ব বুলি তেওঁ সদৰী কৰে।

কাইলৈৰ পৰা খানাপাৰাৰ অস্থায়ী কোভিড হাস্পতালতো কৰ’না ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দি লগতে কয়, ‘গুৱাহাটীত এসপ্তাহৰ ভিতৰত ২০০০ বিচনাৰ সংখ্যা কৰাৰ লক্ষ্য লোৱা হৈছে।‘

এক সুত্ৰৰ পৰা জানিব পৰা মতে গুৱাহাটী মহানগৰীত মুঠ ৩৩৪ গৰাকী লোক যোৱা ৪৮ ঘন্টাৰ ভিতৰত আক্ৰান্ত হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd