• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰচীৰে টনা টুলুঙা নাৱে একমাত্ৰ যাতায়াতৰ সাৰথি লোহিত খাৱলোবাসীৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
October 5, 2018 12:23 pm
Screenshot_20181005-110458_Video Player

ফটো : নৰ্থ-ইষ্ট নাও

434
VIEWS
Share on FacebookShare on Twitter

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে জনতাৰ মন জয় কৰি শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰখনৰ প্ৰতিশ্ৰুতি যে অসাৰ সেইয়া প্ৰতিপন্ন কৰিছে লখিমপুৰ জিলাৰ অন্তৰ্গত বৃহত্তৰ লোহিত খাৱলোবাসী অঞ্চলৰ অনগ্ৰসৰতাই।

কাহানিও দুৰ্দশাৰ অন্ত নপৰা বৃহত্তৰ লোহিত খাৱলো পঞ্চায়তটোৰ এতিয়া যাতায়ত যোগাযোগৰ একমাত্ৰ সাৰথি হৈছে ৰচীৰে টনা হাত নাও।

দুখন তুলুঙা হাত নাও জোৰা দি তাৰ ওপৰত এখন বাহৰ চচালি পাৰি দি ৰচীত ধৰি পাৰ হয় নিতৌ শ-শ লোক। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগতো এইদৰে ৰচী টনা নাৱেৰে যাতায়াত কৰিব লগা হোৱা কাৰ্যক সকলোৱে এতিয়া একেমুখে ধিক্কাৰ দিছে।

মন কৰিবলগীয়া কথা যে বছৰ-বছৰ ধৰি এইদৰে যমৰ যন্ত্ৰনা ভোগ কৰি অহা অঞ্চলবাসীৰ বাবে এনেধৰণৰ যাতায়াত ব্যৱস্থা কিমান ভয়াবহ হ’ব পাৰে সেইয়া সকলোৰে জ্ঞাত।

উল্লেখযোগ্য যে লোহিত খাৱলুৰ ৩২খন গাঁৱৰ প্ৰায় ৩৬ হাজাৰ লোকে যাতায়াতৰ বাবে অধিক সময় নাঁৱৰ ওপৰতেই পাৰ কৰিব লগা হয়। এনেদৰেই এতিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ জলন্ত সমস্যাই উদঙাইছে পৰিবৰ্তনকামী চৰকাৰখনৰ উন্নয়নৰ প্ৰকৃত ছবি।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd