• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিতা হ’লেও কিন্তু মিঠা : জানো আহক তিতা কেৰেলাৰ উপকাৰিতা

by
February 22, 2024 7:00 am
1k
VIEWS
Share on FacebookShare on Twitter

কেৰেলা খাবলৈ আমাৰ মন নাযায়। কাৰণ ইয়াৰ সোৱাদ তিতা। কিন্তু কেৰেলা খোৱাটো শৰীৰৰ বাবে বহুত ভাল। ডায়েবেটিছ ৰোগীয়ে এই পাচলি দৈনিক খাব পাৰে। কাৰণ কেৰেলাই শৰীৰত চেনি নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট, ভিটামিন, মিনাৰেল থাকে।

যদি আপুনি প্ৰতিদিনে তিতা খাব নোৱাৰে তেন্তে তিতা কেৰেলাৰ ৰসো খাব পাৰে। তিতা কেৰেলাৰ ৰস খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। কেৰেলাই কোষ্ঠকাঠিন্যৰ দৰে সমস্যাও নাইকিয়া কৰিব পাৰে।

ছাল আৰু চুলি সুস্থ কৰি ৰখাৰ বাবে কেৰেলাৰ ৰস উপকাৰী। তিতা গছৰ ৰসত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। ইয়াৰ উপৰিও ইয়াত ভিটামিন এ আৰু ভিটামিন চি থাকে। ই ছাল আৰু চুলিৰ বাবে অতি উপকাৰী। যিসকল লোকৰ উফি প্ৰচুৰ পৰিমাণে থাকে তেওঁলোকে দৈনিক তিতা কেৰেলাৰ ৰস সেৱন কৰিব লাগে।

যিসকলে নিজৰ ওজন নিয়ন্ত্ৰণত ৰাখিব বিচাৰে তেওঁলোকে নিয়মিতভাৱে তিতা কেৰেলাৰ ৰস সেৱন কৰিব লাগে। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। আঁহযুক্ত খাদ্য খালে আপোনাৰ ওজন সহজে বাঢ়িব নোৱাৰে। 

শীতকালত প্ৰায় সকলোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। গতিকে এই সময়ছোৱাত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে তিতা কেৰেলাৰ ৰস সেৱন কৰিব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। যিয়ে আনকি কেন্সাৰৰ সম্ভাৱনাও কমোৱাত সহায় কৰে।

Recent News

ৰাছিয়াৰ বিমান ঘাটিত ইউক্ৰেইনৰ ভয়ংকৰ ড্ৰ’ন আক্ৰমণ; ধ্বংস ৪০ খনতকৈও অধিক যুদ্ধ বিমান

ৰাছিয়াৰ বিমান ঘাটিত ইউক্ৰেইনৰ ভয়ংকৰ ড্ৰ’ন আক্ৰমণ; ধ্বংস ৪০ খনতকৈও অধিক যুদ্ধ বিমান

TATA IPL 2025: আহমেদাবাদত জিকিল পঞ্জাৱ, আঁতৰিল মুম্বাই; ফাইনেলত দেখা পোৱা নাযাব ৰোহিত-কোহলিৰ যুঁজ

TATA IPL 2025: আহমেদাবাদত জিকিল পঞ্জাৱ, আঁতৰিল মুম্বাই; ফাইনেলত দেখা পোৱা নাযাব ৰোহিত-কোহলিৰ যুঁজ

কোনবিধ ঔষধে জিভাৰ কৰ্কট ৰোগ নিৰাময় কৰিলে এই গৰাকী ব্ৰিটিছ মহিলাৰ? ভাৰততো চলি আছে ইয়াৰ ব্যৱহাৰ

কোনবিধ ঔষধে জিভাৰ কৰ্কট ৰোগ নিৰাময় কৰিলে এই গৰাকী ব্ৰিটিছ মহিলাৰ? ভাৰততো চলি আছে ইয়াৰ ব্যৱহাৰ

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd