• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’লাজামুৰ এইসমূহ উপকাৰিতাৰ বিষয়ে জানিলে আপুনিও হৈ পৰিব আচৰিত! পঢ়ক সবিশেষ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2025 7:30 am
ক’লাজামুৰ এইসমূহ উপকাৰিতাৰ বিষয়ে জানিলে আপুনিও হৈ পৰিব আচৰিত! পঢ়ক সবিশেষ…
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’লাজামুৱে শৰীৰলৈও বহুতো উপকাৰ কঢ়িয়াই আনে। স্থানীয় ফলৰ ক’লাজামুৰ  উপকাৰিতাৰ বিষয়ে বহুতে নাজানে। যদিও বছৰত কম সময়ৰ বাবে উপলব্ধ। অৱশ্যে সম্ভৱ হ’লে এই ঋতুভিত্তিক ফলবিধ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

ক’লাজামুৰ পুষ্টিকৰ মূল্য

প্ৰতি ১০০ গ্ৰাম ক’লাজামুৰ  থাকে:

কেলৰি: ৬২ গ্ৰাম

কাৰ্বহাইড্ৰেট: ১৫.৫ গ্ৰাম

আঁহ: ১.৫ গ্ৰাম

ভিটামিন চি: ১৮ মিলিগ্ৰাম

আইৰণ: ১.৪১ মিলিগ্ৰাম

পটাছিয়াম: ৫৫ মিলিগ্ৰাম

এতিয়া চাওঁ আহক এই গ্ৰীষ্মকালীন ফলবিধৰ কি কি আচৰিত উপকাৰিতা আছে-

১) পুষ্টি আৰু এন্টিঅক্সিডেন্টৰে সমৃদ্ধ

ক’লাজামুৰ অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানৰে ভৰপূৰ। ই ভিটামিন চি, আইৰণ, আৰু এন্থ’চাইনিনৰ দৰে এন্টিঅক্সিডেন্টৰ এক উৎকৃষ্ট উৎস, যিয়ে ফলটোক গাঢ় বেঙুনীয়া ৰং দিয়ে। জাৰ্নেল অৱ ফুড চাইন্স এণ্ড টেকন’লজিত প্ৰকাশিত এক গৱেষণাৰ মতে এই এন্টিঅক্সিডেণ্টে শৰীৰৰ অক্সিডেটিভ চাপ আৰু প্ৰদাহৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

২) হজম শক্তিত সহায় কৰে।

গ্ৰীষ্মকালত বহু লোকে পাচনতন্ত্ৰৰ সমস্যাৰ সন্মুখীন হয় আৰু ক’লাজামুৰ এই সমস্যাৰ পৰা সকাহ দিব পাৰে। এই ফলত খাদ্য আঁহ থাকে, যিয়ে পাচনত সহায় কৰে আৰু কোষ্ঠকাঠিন্য ৰোধ কৰে। জাৰ্নেল অৱ ইথন’ফাৰ্মাক’লজীত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে জামত থকা টেনিন আৰু ফ্লেভন’ইডে প্ৰদাহ হ্ৰাস কৰে আৰু উপকাৰী বেক্টেৰিয়া বৃদ্ধি কৰে।

৩) তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে

ডায়েবেটিছ ৰোগীৰ বাবে ক’লাজামু এক আশীৰ্বাদ। এই ফলত জাম্বলিন আৰু জাম্বোচিনৰ দৰে যৌগ থাকে, যিয়ে তেজত চেনিৰ মাত্ৰা হ্ৰাস কৰাৰ কাম কৰে। জাৰ্নেল অৱ মেডিচিনেল ফুডত প্ৰকাশিত গৱেষণাই নিশ্চিত কৰিছে যে এই যৌগবোৰে ষ্টাৰচক চেনিলৈ ৰূপান্তৰিত কৰাত লেহেমীয়া কৰাত সহায় কৰে।

৪) ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে

গ্ৰীষ্মকালীন ৰ’দে আমাৰ ছালত ক্ষতি কৰিব পাৰে, যাৰ ফলত ব্ৰণ আৰু শুকান হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। ক’লাজামুৰ উচ্চ ভিটামিন চি আৰু এষ্ট্ৰিংজেণ্ট গুণে আমাৰ ছালখন সজীৱ কৰি তোলাত সহায় কৰিব পাৰে আৰু এই সমস্যাসমূহৰ বিৰুদ্ধে যুঁজিব পাৰে। জাৰ্নেল অৱ আয়ুৰ্বেদ এণ্ড ইন্টিগ্ৰেটিভ মেডিচিনৰ এক অধ্যয়নত দেখা গৈছে যে ক’লাজামুৱে ছালৰ স্থিতিস্থাপকতা বৃদ্ধি কৰাত সহায় কৰে আৰু দাগ কমায়, যাৰ ফলত ছালখনক প্ৰাকৃতিক জিলিকনি দিয়ে।

৫/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

ক’লাজামুত থকা ভিটামিন চি আৰু অন্যান্য এন্টিঅক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। নেশ্যনেল ইনষ্টিটিউট অৱ হেল্থৰ গৱেষণাৰ মতে এই পুষ্টিকৰ উপাদানসমূহে সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ অতি গুৰুত্বপূৰ্ণ শ্বেত ৰক্তকণিকাৰ উৎপাদন বৃদ্ধি কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

August 16, 2025 5:12 pm
গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

August 16, 2025 4:58 pm
বিশ্বৰ ভিতৰতে শক্তিশালী হাইড্ৰ’জেনচালিত ৰে’ল নিৰ্মাণ কৰিব ভাৰতবৰ্ষই!

বিশ্বৰ ভিতৰতে শক্তিশালী হাইড্ৰ’জেনচালিত ৰে’ল নিৰ্মাণ কৰিব ভাৰতবৰ্ষই!

August 16, 2025 4:52 pm
শিশুৰ অনলাইন সুৰক্ষাত ব্যৰ্থ মেটা! পোহৰলৈ আহিছে মেটাৰ চেটবটৰ সৈতে শিশুৰ যৌনগন্ধী বাৰ্তালাপ

শিশুৰ অনলাইন সুৰক্ষাত ব্যৰ্থ মেটা! পোহৰলৈ আহিছে মেটাৰ চেটবটৰ সৈতে শিশুৰ যৌনগন্ধী বাৰ্তালাপ

August 16, 2025 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

August 16, 2025 5:12 pm
গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

August 16, 2025 4:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd