• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰেমিকক বিয়া কৰাবলৈ লিংগ সলনি কৰিলে যুৱকে! সোণু হ’ল ছোনিয়া; ভাইৰেল ভিডিঅ’

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 25, 2025 5:25 pm
67
VIEWS
Share on FacebookShare on Twitter

কথাতেই কয়, প্ৰেমে কোনো বাধা নামানে। কাৰ্যত সেয়াই হ’ল উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশৰ কুশীনগৰ জিলাৰ নেবুৱা নৌৰঙীয়া থানা এলেকাৰ খাইৰতিয়া শীতলাপুৰ গাঁৱৰ প্ৰাচীন শিৱ মন্দিৰত দেখা গ’ল এখন বিশেষ বিবাহ। সমাজৰ বাধা-নিষেধ নেওচি বিবাহপাশত আৱদ্ধ হ’ল দুই প্ৰেমিক।

যিহেতু দেশত সমলিংগ বিবাহৰ কোনো আইন নাই, সেয়েহে এজন যুৱকে নিজৰ লিংগ সলনি কৰি প্ৰেমিকক বিয়া কৰায়। সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

জানিব পৰা মতে, একেখন গাঁৱৰ বাসিন্দা প্ৰেম আৰু সোণুৱে বহুদিন ধৰি ইজনে সিজনক ভাল পাইছিল। শেহতীয়াকৈ দুয়ো বিয়া হোৱাৰ সিদ্ধান্ত লৈছে। সোনুৱে ঠিক কৰিলে যে প্ৰেমিকক বিয়া কৰাবলৈ তেওঁ লিংগ সলনি কৰিব।

प्यार के लिए उसने पहचान बदल दी… और समाज से टकरा गया.
उत्तर प्रदेश के कुशीनगर से सामने आई एक अनोखी प्रेम कहानी, जहां दो लड़कों को हुआ प्यार, फिर Sonu ने Gender Change कराया और Sonia बनकर अपने प्रेमी से शिव मंदिर में विवाह रचा लिया.#Love #Gender #Kushinagar #LoveStory… pic.twitter.com/s197LAFg80

— State Mirror Hindi (@statemirrornews) June 24, 2025

সমাজ আৰু পৰিয়ালৰ কথা নাভাবি নতুন জীৱন বাছি লৈছে এই দম্পতীয়ে। পুৱাৰে পৰা গাঁওখনৰ শিৱ মন্দিৰ চৌহদ ব্যস্ত হৈ পৰিছিল। ৰঙা শাৰী পিন্ধি ছোনিয়া আৰু তেওঁৰ প্ৰেমিক প্ৰেম কুমাৰে অগ্নিক সাক্ষী কৰি সংসাৰ আৰম্ভ কৰে।

বিয়াৰ পিছত ছোনিয়াৰ চকু দুটা আনন্দৰ চকুলোৰে ভৰি পৰে। প্ৰেমক কুমাৰক বিয়া কৰাই কয় যে তাইও নিজকে আৰু তাইৰ প্ৰেমক বিচাৰি পাইছে। বিয়াৰ পিছত তাই নিজকে সম্পূৰ্ণ অনুভৱ কৰে। ছোনিয়াৰ আত্মবিশ্বাসে সকলোৰে হৃদয় চুই গৈছে। প্ৰেমে কয় যে সমাজে কি ক’ব তাক লৈ মোৰ ভয় নাই। মই কেৱল ছোনীয়াৰ সমৰ্থন বিচাৰো। কাৰণ প্ৰেম শৰীৰৰ লগত নহয়, আত্মাৰ লগত হয়। প্ৰেমৰ এই কথাবোৰে সমগ্ৰ পৰিবেশটো আৱেগিক কৰি তুলিছিল। গোটেই জীৱন ছোনিয়াৰ লগত থাকিম বুলি প্ৰতিশ্ৰুতি দিছে প্ৰেম কুমাৰে।

Recent News

নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

প্ৰেমিকক বিয়া কৰাবলৈ লিংগ সলনি কৰিলে যুৱকে! সোণু হ’ল ছোনিয়া; ভাইৰেল ভিডিঅ’

প্ৰেমিকক বিয়া কৰাবলৈ লিংগ সলনি কৰিলে যুৱকে! সোণু হ’ল ছোনিয়া; ভাইৰেল ভিডিঅ’

২৫ সপ্তাহত গৰ্ভপাতৰ অনুমতি! বিশেষ প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়…

২৫ সপ্তাহত গৰ্ভপাতৰ অনুমতি! বিশেষ প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়…

লোমহৰ্ষক! শেষ দেখা বু্লি প্ৰেমিকাক হোটেললৈ মাতি আনি কি সৰ্বনাশী কাণ্ড প্ৰেমিকৰ

লোমহৰ্ষক! শেষ দেখা বু্লি প্ৰেমিকাক হোটেললৈ মাতি আনি কি সৰ্বনাশী কাণ্ড প্ৰেমিকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd