• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙাইগাঁৱত যুৱকক অস্ত্ৰধাৰী দলৰ আক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2024 6:52 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

317
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁৱৰ এজন যুৱকক দেওবাৰে অস্ত্ৰধাৰী দলে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। খবৰ অনুসৰি বঙাইগাঁৱৰ পুৰণি কলনী এলেকাত সংঘটিত হৈছে এই ঘটনা।

দলটোৱে আক্ৰমণ কৰা ব্যক্তিজনৰ নাম ৰাতুল মেধি। তেওঁ অভিযোগ কৰে যে তেওঁক ৭ জনীয়া অস্ত্ৰধাৰী ব্যক্তিৰ দলে আক্ৰমণ কৰিছিল।

অৱশ্যে এই আক্ৰমণৰ আঁৰৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই।

এই কাণ্ডৰ তৰ্ক-বিতৰ্কৰে আৰম্ভ হৈ শাৰীৰিক হিংসালৈ পৰিণত হয়। আক্ৰমণকাৰীৰ এজনে শূন্যলৈ গুলীচালনা কৰে।

লগতে পঢ়কঃ সংবাদমেলত প্ৰশ্ন সুধিলে নাম উল্লেখ কৰিব লাগিব সাংবাদিকে : শ্বাহ আলম প্ৰসংগত হিমন্ত বিশ্ব শৰ্মা

খবৰ অনুসৰি মেধিয়ে পিতৃৰ সহায়ত এজন আক্ৰমণকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰু জড়িত কেইবাজনো ব্যক্তিক চিনাক্ত কৰে।

ইয়াৰে দুগৰাকীৰ নাম ৰনি দাস আৰু প্ৰসেনজিৎ বেনাৰ্জী।

বঙাইগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ৰনি দাসৰ নামত পঞ্জীয়নভুক্ত সংশ্লিষ্ট বাহনখনৰ পৰা এটা পিষ্টল, তিনিটা সজীৱ গুলী আৰু লেপটপকে ধৰি আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে।

লগতে পঢ়কঃ অসমত ধৰা পৰিল দুজন বাংলাদেশী; বিএছএফৰ তৎপৰতাত অনুপ্ৰৱেশকাৰীক প্ৰত্যাৱৰ্তন

ঘটনা সন্দৰ্ভত প্ৰসেনজিৎ বেনাৰ্জীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তদন্ত অব্যাহত আছে।

এক সূত্ৰই জনোৱা মতে, ব্যক্তিগত শত্ৰুতাৰ বাবেই এই ঘটনা ঘটাৰ অনুমান কৰা হৈছে। 

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd