• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুৱ কংগ্ৰেছৰ ‘আধা আবাদী সম্পূৰ্ণ অধিকাৰ’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
January 25, 2019 6:40 am
IMG-20190125-WA0001

বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰত বৃহস্পতিবাৰে কংগ্ৰেছৰ অনশন। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ভাৰতবৰ্ষত কংগ্ৰেছ দলে “আধা আবাদীৰ সম্পূৰ্ণ অধিকাৰ, এতিয়া কন্ঠ নহ’ব দমন নাৰী শক্তি হ’ল আগমণ” এই মন্ত্ৰ লৈ যি কাৰ্যসূচীৰ ৰূপায়ণ কৰিছে তাৰ অংশ হিচাপে সমগ্ৰ অসমৰ ভিতৰত বৃহস্পতিবাৰে শিৱসাগৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰে। শিৱসাগৰৰ যুৱ দ’লত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ যুটীয়া সম্পাদক তথা ভাৰতীয় যুৱ কংগ্ৰেছৰ তত্বাধাৱক কৃষ্ণ আলাৱাৰুজীয়ে।

আধা আবাদী সম্পূৰ্ণ অধিকাৰ শীৰ্ষক কাৰ্যসূচীৰ সভাখন উদ্বোধন কৰে আধা আবাদী সম্পুৰ্ণ অধিকাৰৰ আহ্বায়ক তথা অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি অংকিতা দত্তই। উদ্ধোধনী ভাষণত অংকিতা দত্তই কয় যে, মহিলা সকলৰ বিভিন্ন অধিকাৰৰ সম্পৰ্কত সজাগতা আনিবলৈ কংগ্ৰেছে এই মঞ্চ গঠন কৰিছে। য’ত মহিলাসকলৰ বিভিন্ন সমস্যা সম্পৰ্কে মুকলিমুৰিয়াকৈ আদান প্ৰদান কৰাৰ লগতে সমস্যাসমুহৰ সমাধান কৰাৰ চেষ্টা কৰা হ’ব।

তেওঁ লগতে উল্লেখ কৰে যে, বৰ্তমানৰ বিজেপি চৰকাৰে মহিলা সকলৰ বাবে যি ধৰণে পদক্ষেপ লব লাগিছিল তেনেধৰণে ল’ব পৰা নাই।

সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক তথা ভাৰতীয় যুৱ কংগ্ৰেছৰ তত্বাধায়ক কৃষ্ণ আলাৱাৰুজীয়ে কয় যে, মহিলাসকলক শক্তিশালী আৰু সক্ৰিয় ৰাজনীতিত অংশ গ্ৰহণৰ বাবে ভাৰতীয় যুৱ কংগ্ৰেছে এনে ধৰণৰ কাৰ্যসূচীৰ আয়েজন কৰিছে।

জিলা কংগ্ৰেংছ কমিটিৰ সাংস্কৃতিক বিভাগৰ অধ্যক্ষ মুস্তাফা খানৰ তত্বাধানত জাতীয় সংগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি কমৰুল ইছলাম চৌধুৰী, ভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদিকা ড০ স্মৃতিৰঞ্জন লেখা, সুভ্ৰমিত্ৰ গগৈ, জিলা কংগ্ৰেছৰ সভাপতি প্ৰমীৰ গগৈ, ৰাজ্যিক যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিত বৰা, গায়ত্ৰী সন্দিকৈ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা পলী হাজৰিকা, লাচিত মহন, ৰফিক আহমেদকে ধৰি বহু কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।

আনহাতে,  বৃহস্পতি বাৰে সমগ্ৰ ৰাজ্যৰ লগতে  শিৱসাগৰ জিলা কংগ্ৰেছৰ উদ্যোগত আৰু ব্লক কংগ্ৰেছৰ সহযোগত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পাঁচ ঘন্টীয়া প্ৰতীকি অনশনৰ কাৰ্যসূচীও ৰূপায়ন কৰা হয়। এই প্ৰতিকী অনশনত কংগ্ৰেছৰ বহুকেইজন বিষয়ববীয়াৰ লগতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

September 14, 2025 10:49 am
বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

September 14, 2025 10:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd