• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুৱ কংগ্ৰেছৰ ‘আধা আবাদী সম্পূৰ্ণ অধিকাৰ’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
January 25, 2019 6:40 am
IMG-20190125-WA0001

বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰত বৃহস্পতিবাৰে কংগ্ৰেছৰ অনশন। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ভাৰতবৰ্ষত কংগ্ৰেছ দলে “আধা আবাদীৰ সম্পূৰ্ণ অধিকাৰ, এতিয়া কন্ঠ নহ’ব দমন নাৰী শক্তি হ’ল আগমণ” এই মন্ত্ৰ লৈ যি কাৰ্যসূচীৰ ৰূপায়ণ কৰিছে তাৰ অংশ হিচাপে সমগ্ৰ অসমৰ ভিতৰত বৃহস্পতিবাৰে শিৱসাগৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰে। শিৱসাগৰৰ যুৱ দ’লত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ যুটীয়া সম্পাদক তথা ভাৰতীয় যুৱ কংগ্ৰেছৰ তত্বাধাৱক কৃষ্ণ আলাৱাৰুজীয়ে।

আধা আবাদী সম্পূৰ্ণ অধিকাৰ শীৰ্ষক কাৰ্যসূচীৰ সভাখন উদ্বোধন কৰে আধা আবাদী সম্পুৰ্ণ অধিকাৰৰ আহ্বায়ক তথা অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি অংকিতা দত্তই। উদ্ধোধনী ভাষণত অংকিতা দত্তই কয় যে, মহিলা সকলৰ বিভিন্ন অধিকাৰৰ সম্পৰ্কত সজাগতা আনিবলৈ কংগ্ৰেছে এই মঞ্চ গঠন কৰিছে। য’ত মহিলাসকলৰ বিভিন্ন সমস্যা সম্পৰ্কে মুকলিমুৰিয়াকৈ আদান প্ৰদান কৰাৰ লগতে সমস্যাসমুহৰ সমাধান কৰাৰ চেষ্টা কৰা হ’ব।

Apply Now

তেওঁ লগতে উল্লেখ কৰে যে, বৰ্তমানৰ বিজেপি চৰকাৰে মহিলা সকলৰ বাবে যি ধৰণে পদক্ষেপ লব লাগিছিল তেনেধৰণে ল’ব পৰা নাই।

সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক তথা ভাৰতীয় যুৱ কংগ্ৰেছৰ তত্বাধায়ক কৃষ্ণ আলাৱাৰুজীয়ে কয় যে, মহিলাসকলক শক্তিশালী আৰু সক্ৰিয় ৰাজনীতিত অংশ গ্ৰহণৰ বাবে ভাৰতীয় যুৱ কংগ্ৰেছে এনে ধৰণৰ কাৰ্যসূচীৰ আয়েজন কৰিছে।

জিলা কংগ্ৰেংছ কমিটিৰ সাংস্কৃতিক বিভাগৰ অধ্যক্ষ মুস্তাফা খানৰ তত্বাধানত জাতীয় সংগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি কমৰুল ইছলাম চৌধুৰী, ভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদিকা ড০ স্মৃতিৰঞ্জন লেখা, সুভ্ৰমিত্ৰ গগৈ, জিলা কংগ্ৰেছৰ সভাপতি প্ৰমীৰ গগৈ, ৰাজ্যিক যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিত বৰা, গায়ত্ৰী সন্দিকৈ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা পলী হাজৰিকা, লাচিত মহন, ৰফিক আহমেদকে ধৰি বহু কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।

আনহাতে,  বৃহস্পতি বাৰে সমগ্ৰ ৰাজ্যৰ লগতে  শিৱসাগৰ জিলা কংগ্ৰেছৰ উদ্যোগত আৰু ব্লক কংগ্ৰেছৰ সহযোগত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পাঁচ ঘন্টীয়া প্ৰতীকি অনশনৰ কাৰ্যসূচীও ৰূপায়ন কৰা হয়। এই প্ৰতিকী অনশনত কংগ্ৰেছৰ বহুকেইজন বিষয়ববীয়াৰ লগতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd