• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পকেটৰ ভিতৰতে মোবাইল ফোনৰ বিস্ফোৰণ; গোপনাংগ জ্বলি গৈ ঘটিল সৰ্বনাশ কাণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 6, 2025 11:51 am
513
VIEWS
Share on FacebookShare on Twitter

পকেটৰ ভিতৰতে মোবাইল ফোন বিস্ফোৰণ ঘটি গোপনাংগ জ্বলি গ’ল এজন যুৱকৰ। জুইৰ উত্তাপত বাইকৰ পৰা বাগৰি পৰে যুৱকজন। মধ্য প্ৰদেশত সংঘটিত হৈছে এই অভাৱনীয় ঘটনা।

পেছাত পদপথৰ দোকানী যুৱকজনে শাক-পাচলি কিনি বাইকেৰে ঘৰলৈ উভতি আহিছিল। বাটত এটা টোল বুথৰ ওচৰত পকেটত থকা মোবাইলটো ডাঙৰ শব্দ কৰি বিস্ফোৰণ ঘটে।

তেওঁৰ গোপনাংগ জ্বলি গৈছিল। চম্ভালিব নোৱাৰি বাইকৰ পৰা বাগৰি পৰে যুৱকজন। মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।ঘটনাৰ লগে লগে টোল বুথৰ আশে-পাশে থকা লোকে তেওঁক তুলি চিকিৎসালয়লৈ লৈ যায়।

আহত যুৱকজনৰ ভাতৃয়ে জনোৱা মতে, কিছুদিন পূৰ্বে তেওঁৰ ককায়েকে এটা ছেকেণ্ড হেণ্ড মোবাইল ফোন ক্ৰয় কৰিছিল। সেই দামী কোম্পানীটোৰ মোবাইল ফোনটোৰে পকেটত বিস্ফোৰণ ঘটিল। চিকিৎসালয়ত তেওঁৰ গোপনাংগৰ চিকিৎসা কৰা হয়। তেওঁ এতিয়া ভালেই আছে।

প্ৰায় সকলোৱেই পকেটত মোবাইল লৈ ঘূৰি ফুৰে। সেয়ে, ছ’চিয়েল মিডিয়াত ইয়াকে লৈ তোলপাৰ লাগিছে। বহুতে পকেটত মোবাইল লৈ ফুৰাৰ বিপদৰ কথা  সোঁৱৰাই দিছে। বহুতে কয় যে চেকেণ্ড হেণ্ড মোবাইল কিনিলে এনেকুৱাই হ’ব।

বহুতে কয় যে সস্তীয়া চীনা ম’বাইল কিনিলে এনেকুৱা হ’ব পাৰে। বহুতেই বিপৰীত কথা কৈছে। কোনোবাই লিখিছে যুৱকজনে যে  চীনা মোবাইল কিনিছিল কোনে ক’লে! কোনোবাই লিখিছে যে কপালত দুখ আছিল, নহ’লেনো তেনেকুৱা স্থানত জানো আঘাত লাগে!

Recent News

বহু এণ্ড্ৰইড ফোনত আৰু কাম নকৰিব Google Chrome! আপোনাৰটোও আছে নেকি তালিকাত?

বহু এণ্ড্ৰইড ফোনত আৰু কাম নকৰিব Google Chrome! আপোনাৰটোও আছে নেকি তালিকাত?

‘মাইক্ৰ’-ৰবট’-এআপোনাৰ নাকত প্ৰৱেশ কৰি ধ্বংস কৰিব চাইনাছৰ বীজাণু! প্ৰয়োজন নহ’ব ঔষধৰো

‘মাইক্ৰ’-ৰবট’-এআপোনাৰ নাকত প্ৰৱেশ কৰি ধ্বংস কৰিব চাইনাছৰ বীজাণু! প্ৰয়োজন নহ’ব ঔষধৰো

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd