• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অঘটন! অষ্ট্ৰেলিয়াৰ মাটিত প্ৰথম জয়; ৰায়ানৰ দুৰ্দান্ত বলিঙেৰে ইতিহাস গঢ়িলে জিম্বাবুৱেই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2022 1:10 pm
123
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত জিম্বাবুৱে তিনি উইকেটত বিজয়ী হৈছে। জিম্বাবুৱেৰ ৰায়ান বাৰ্লে খেলখনত বিধ্বংসী বলিং কৰে। তেওঁ অকলেই পাঁচটা উইকেট দখল কৰে। বাৰ্লৰ বিধ্বংসী বলিঙৰ বাবেই অষ্ট্ৰেলিয়াৰ ইনিংছ ১৪১ ৰাণতে সমাপ্ত হয়। ৰায়ানে খেলখনত মাত্ৰ তিনি অভাৰ বল কৰিছিল। তেওঁ মুঠতে ১৮ টা বলত পাঁচটা উইকেট দখল কৰে। গ্লেন মেক্সৱেল, এষ্টন আগৰ, ডেভিদ ৱাৰ্ণাৰ, মিচেল ষ্টাৰ্ক আৰু জছ হেজলউড ৰায়ানৰ চিকাৰ হয়।

অষ্ট্ৰেলিয়াই ইতিমধ্যে শৃংখলাটোৰ প্ৰথম দুখন মেচ জিকিছিল। এইখন নিয়ম ৰক্ষাৰ খেল আছিল। কিন্তু জিম্বাবুৱেই এই খেলখনত সুন্দৰ প্ৰদৰ্শন কৰিলে। জিম্বাবুৱেই টছত জিকি প্ৰথমে বল কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াৰ ইনিংছ ১৪১ ৰাণত সমাপ্ত হয়। ডেভিদ ৱাৰ্ণাৰৰ ৯৪ ৰাণৰ ইনিংছৰ বাহিৰে কোনেও তেনেকৈ খেলিব নোৱাৰিলে।

ৰায়ান বাৰ্লে সুন্দৰ বলিং কৰি তিনি অভাৰত ১০ ৰাণত পাঁচটা উইকেট দখল কৰে। আনহাতে, ব্ৰেড ইভান্সে দুটা উইকেট দখল কৰে।

ইয়াৰ প্ৰত্যুত্তৰত জিম্বাবুৱেই ৩৯ অভাৰতে নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হয়। ৰেগিছে  খেলখনত ৭২ টা বলত অপৰাজিত ৩৭ ৰাণ কৰে। মাৰুমণিয়ে ৩৫ ৰাণ সংগ্ৰহ কৰে। কাইতানোৱে কৰে ১৯ ৰাণ।

খেলখনত ১১ অভাৰ বাকী থকা অৱস্থাত জিম্বাবুৱেই অৰ্থাৎ ৬৬ টা বল থাকোতেই খেলখন সমাপ্ত কৰে। শৃংখলাটো ২-১ ব্যৱধানত পৰাজিত হোৱা স্বত্বেও জিম্বাবুৱেই মেচখনত যিধৰণে প্ৰদৰ্শন আগবঢ়াই মেচখন জিকিলে ইয়াক সঁচাকৈয়ে এক অঘটন বুলিবই পাৰি।

#3rdODI | Historic! 🇿🇼 Zimbabwe beat 🇦🇺 Australia by 3 wickets to record their first win over Australia on Australian soil! 💪

Australia however take the series 2⃣-1⃣ #AUSvZIM | #VisitZimbabwe pic.twitter.com/u5KA7Zlp10

— Zimbabwe Cricket (@ZimCricketv) September 3, 2022

অষ্ট্ৰেলিয়াৰ মাটিত জিম্বাবুৱেৰ এইটো প্ৰথম জয়। গতিকে এই বিজয়ৰ ফলস্বৰূপে জিম্বাবুৱেই ইতিহাস ৰচনা কৰিলে। 

Recent News

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd