• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“উচ্চ-নীচ ব্যৱস্থাটোকহে মাৰিব লাগে বুলি ক’ব খুজিছিলো”, ক্ষমা খুজি জুবিন গাৰ্গে ক’লে ভঙাগড় থানাত

"মই বড়োৰ লগত বড়ো হৈছো, কাৰ্বিৰ লগত কাৰ্বি হৈছো, মিচিঙৰ লগত মিচিং হৈছো, বামুণ হিচাপে জীয়াই থকা নাই।”

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 29, 2019 10:28 pm
Zubeen Garg

ফটোৰ উৎস : জুবিন গাৰ্গৰ ফেইচবুক পেইজ।

2.2k
VIEWS
Share on FacebookShare on Twitter

২৬ জুলাইত গুৱাহাটীত এটা সাংস্কৃতিক কাৰ্য্যসূচীৰ সময়ত “বামুণক মাৰিব লাগে” বুলি কৰা বিতৰ্কিত মন্তব্যৰ বাবে আজি ভঙাগড় আৰক্ষী থানাত হাজিৰ হ’ব লগীয়া হয় শিল্পী জুবিন গাৰ্গ।

জানিব পৰামতে, ভঙাগড় থানাত ইন্দ্ৰজিত শৰ্মা নামৰ এজন লোকে দিয়া এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু হৈছিল।

ৰাজ্যৰ আন কেইবা ঠাইতো শিল্পীজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল বিভিন্ন পক্ষই।

ঘটনাস্থল (জি এম চি এইছ প্ৰেক্ষাগৃহ) যিহেতু ভঙাগড় আৰক্ষী থানাৰ অধীনত পৰে, গতিকে আৰক্ষীয়ে জুবিনক ভঙাগড় থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল।

শিল্পীজনে ভঙাগড় থানাত উপস্থিত হৈ তেওঁ নিজৰ মন্তব্যটো আকস্মিকভাৱে ভুলকৈ ওলোৱা বুলি স্বীকাৰ কৰে আৰু ব্ৰাহ্মণ সমাজে অন্তৰত দুখ পোৱা বুলি জানি কয়, “sorry আৰু ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা বিচাৰিছো”।

“হাই কাষ্ট, ল’ কাষ্ট যে নাইকিয়া কৰিব লাগে সেই কনচেপ্টটোত বিশ্বাস কৰো, সেই কথাটো ক’বলৈ গৈয়ে বামুণ শব্দটো ওলাই গ’ল।” শিল্পীজনে সংবাদ মাধ্যমৰ আগত কয়।

নিজে এজন সাধাৰণ লোক হিচাপে জীয়াই থকাৰ স্থিতি দোহাৰি শিল্পীজনে কয়, “মই নিজে এজন বামুণ ল’ৰা, যদিও মই বামুণ হিচাপে নাথাকো। মই বড়োৰ লগত বড়ো হৈছো, কাৰ্বিৰ সৈতে কাৰ্বি হৈছো, মিচিঙৰ লগত মিচিং হৈছো, বাগানীয়াৰ লগত বাগানীয়া হৈছো, বামুণ হিচাপে জীয়াই থকা নাই।”

“মই এখন শুদ্ধ অসমীয়া সমাজ বিচাৰো, য’ত উচ্চ আৰু নীচ নাই। এখন কাষ্টলেছ ছচাইটি বিচাৰো”, থানাত নিজৰ ভাষ্য দি উঠি সংবাদ মাধ্যমৰ আগত জুবিনৰ মন্তব্য।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd