• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনির্দিষ্টকালীন অনশনত বহিল অসম বিশ্ববিদ্যালয় ছাত্র সন্থা

অপর্ণা লস্কৰ by অপর্ণা লস্কৰ
July 19, 2018 7:33 pm
hunger-strike-570x320

বৃহস্পতিবাৰে দাৰ্গাকুনাত থকা বিশ্ববিদ্যালয়খনৰ চৌহদৰ বাহিৰত অনিৰ্দিষ্টকালীন অনশন ধৰ্মঘটত থকা অসম বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি মিলন দাসক এগৰাকী চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰাৰ মুহূৰ্ত। ফটো : অপৰ্ণা লস্কৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিশ্ববিদ্যালয় ছাত্ৰ সন্থাই তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত বৃহস্পতিবাৰে দাৰ্গাকুনাত থকা বিশ্ববিদ্যালয়খনৰ চৌহদৰ বাহিৰত অনিৰ্দিষ্টকালীন অনশন ধৰ্মঘট পালন কৰিছে।

স্নাতকোত্তৰ আৰু গৱেষক ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীসমূহ অনুষ্ঠিত হোৱাত বাধা প্ৰদান কৰা নাই। বিশ্ববিদ্যালয় ছাত্ৰ সন্থাই লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক প্ৰৱেশ কৰাতো বাধা দিয়া নাই। সন্থাই বৰ্তমান বিভিন্ন দাবীৰ ভিতৰত শোচনীয় হৈ পৰা  বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ পথসমূহৰ নিৰ্মাণ কৰা, এখন কেন্দ্ৰীয় কেন্টিন নিৰ্মাণ, এটা কেন্দ্ৰীয় যন্ত্ৰ-পাতিৰ লেবেৰটৰী স্থাপন কৰা, উন্নত স্বাস্থ্যসেৱাৰ সুবিধাৰ দাবীৰ লগতে ফলাফল ঘোষণাত বিলম্ব কৰাৰ ফলত বহুতো উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে অঞ্চলটোৰ বাহিৰৰ কলেজ-বিশ্ববিদ্যালয়সমূহত আবেদন কৰাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগো উত্থাপন কৰে।

নৰ্থইষ্ট নাওৰ সৈতে হোৱা আছুতীয়া বাৰ্তালাপত অসম বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি মিলন দাসে কয়, ‘’ যদি আমাৰ দাবীসমূহ পূৰণ কৰা নহয়, আম আমাৰ বৰ্তমানৰ উপাচাৰ্য দিলীপ চন্দ্ৰ নাথক তেওঁৰ পথ দেখুৱাই দিম, কিয়নো আমি তেওঁৰ পৰা বহুখিনি আশা কৰিছিলো কিন্তু তেওঁৰ কাৰ্যকালত বিশ্ববিদ্যালয়খন বেয়াৰ পৰা বেয়ালৈ গতি কৰিছে।‘’

তেওঁ লগতে কয় যে কিছুদিন আগতে অসম বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক সমীৰ বেহৰা আৰু নিৰাকৰ মল্লিকক তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত কুম্ভীলক বৃত্তি অৱলম্বন কৰা আৰু যৌন নিৰ্যাতনৰ অভিযোগৰ বাবে বিশ্ববিদ্যালয়খনৰ কাৰ্যবাহী পৰিষদে ‘দীঘলীয়া নিলম্বন’ত ৰখা বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰসকলক মূৰ্খ সজাব বিচাৰিছে। মিলন দাসে আঙুলিয়াই দিয়ে যে অসম বিশ্ববিদ্যালয়ৰ শিক্ষকৰ সেৱা বিধি অনুসৰি দীঘলীয়া নিলম্বন বুলি কোনো বিধি নাই আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষ বা উপাচাৰ্যই শব্দৰ কাৰচাজিতকৈ শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰক।

অৱশ্যে এইক্ষেত্ৰত মন্তব্য দিবলৈ উপাচাৰ্য দিলীপ চন্দ্ৰ নাথ বিচাৰি পোৱা নগ’ল।

অসম বিশ্ববিদ্যালয়ত প্ৰতিবাদ আৰু তলাবন্ধৰ ঘটনা বৰ্তমান সাধাৰণ ঘটনা হৈ পৰিছে। ১৯৯৪ চনত আৰম্ভ হোৱা কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনে বিগত ২৪ বছৰে উন্নতি কৰাৰ সলনি অধোগামীহে হৈছে। কেলেংকাৰী, কুম্ভীলক বৃত্তি, যৌন নিৰ্যাতনৰ ঘটনা, শিক্ষক শ্ৰেণীত উপস্থিত নথকা আদি নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে।

অপর্ণা লস্কৰ

অপর্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd