• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনিল ৰাজাৰ বিৰুদ্ধে বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ নগাওঁ আদালতত গোচৰ

মিন্টূ দাস by মিন্টূ দাস
May 23, 2018 6:28 pm
17-02-18-Guwahati-Anil-Raja-addressing-media-4

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন আৰু দলৰ অপসাৰিত নেতা অনিল ৰাজ্য। ফাইল ফটো|

332
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ দলৰ অপসাৰিত নেতা অনিল ৰাজাৰ বিৰুদ্ধে বিৰোধী দলৰ উপ-দলপতি কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে আজি নগাঁও আদালতত এটা গোচৰ তৰে।

জানিব পৰা মতে,ৰকিবুল হুছেইনে অতিৰিক্ত মুখ্য ন্যায়াধীশ মনালিছা দাসৰ আদালতত অনিল ৰাজাৰ বিৰুদ্ধে তৰা গোচৰৰ পৰিপ্ৰেক্ষিতত 443/2018 নম্বৰত গোচৰটো ৰুজু কৰা হয়।

উল্লেখ্য যে, অনিল ৰাজাই উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ অধীনত পত্নী আৰু পুত্ৰৰ নামত মাটি থকাৰ কথা ৰাজহুৱা কৰিছিল।

আনহাতে ৰাজহ চক্ৰ বিষয়াই লিখিতভাবে তেনে কোনো মাটি নাই বুলি স্পষ্ট কৰি দিয়াৰ পিছত আজি ৰাজাৰ বিৰুদ্ধে ৰকিবুল হুছেইনে গোচৰ তৰে।

ইপিনে ৰকিবুল হুছেইনে ক্ৰমাগতভাৱে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি হোৱাত বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হোৱাৰ লগতে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰাত বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যর্থ হৈছে বুলি মন্তব্য কৰে।

শিক্ষা বিভাগ, বিত্ত বিভাগ, স্বাস্থ্য বিভাগ সকলোতে ব্যর্থ হৈছে ৰাজ্যৰ বিজেপি চৰকাৰ। তদুপৰি পঞ্চায়তৰ পৰীক্ষাই নহয়, মেট্ৰিকৰ পৰীক্ষাই চৰকাৰখনে ভালকৈ পাতিব নোৱাৰে বুলিও তীৰ্যক মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে।

Recent News

বিপন্ন গিবন সংৰক্ষণৰ বাবে জৰুৰী পৰিকল্পনাৰ আহ্বান- প্ৰাইমেট’লজিষ্ট দিলীপ চেত্ৰীৰ

বিপন্ন গিবন সংৰক্ষণৰ বাবে জৰুৰী পৰিকল্পনাৰ আহ্বান- প্ৰাইমেট’লজিষ্ট দিলীপ চেত্ৰীৰ

অসমীয়া চিনেমাৰ বাবে কিয় সময় নাই অসমৰ ছবিগৃহ সমূহৰ?

অসমীয়া চিনেমাৰ বাবে কিয় সময় নাই অসমৰ ছবিগৃহ সমূহৰ?

ভুৱা অস্ত্ৰোপচাৰ বিশেষজ্ঞ! ভণ্ডৰ অস্ত্ৰোপচাৰৰ পিছত কেলেংকাৰী ধৰা পৰিল শিলচৰৰ চিকিৎসালয়ৰ

ভুৱা অস্ত্ৰোপচাৰ বিশেষজ্ঞ! ভণ্ডৰ অস্ত্ৰোপচাৰৰ পিছত কেলেংকাৰী ধৰা পৰিল শিলচৰৰ চিকিৎসালয়ৰ

কলাজ-অতীতৰ অস্থিৰ অসমৰ খণ্ডচিত্ৰ : ৰিমলী বৰকটকী

কলাজ-অতীতৰ অস্থিৰ অসমৰ খণ্ডচিত্ৰ : ৰিমলী বৰকটকী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd