• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ অৰুণাভ দত্তলৈ মহাৰাষ্ট্ৰ চৰকাৰৰ শ্ৰেষ্ঠ ছাউণ্ড ডিজাইনিঙৰ ৰাজ্যিক বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2018 1:34 pm
arunavv
214
VIEWS
Share on FacebookShare on Twitter

ছাউণ্ড ডিজাইনিঙৰ বাবে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হোৱা অসম সন্তান অমৃত প্ৰীতমৰ পদাংক অনুকৰণ কৰি উজলিবলৈ সক্ষম হৈছে যোৰহাটৰ অৰুণাভ দত্ত।

জানিব পৰা মতে মাৰাথী ছবি Kshitij – A Horizonত কৰা ছাউণ্ড ডিজাইনিঙৰ বাবে অসম সন্তান অৰুণাভ দত্তলৈ মহাৰাষ্ট্ৰ চৰকাৰে আগবঢ়াইছে শ্ৰেষ্ঠ ছাউণ্ড ডিজাইনিঙৰ বঁটা। উল্লেখযোগ্য যে অস্কাৰ বিজয়ী ছাউণ্ড ডিজাইনাৰ ৰিছুল পুক্কুটিৰ সৈতে একেলগে মুম্বাইত অহা ৩০ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া এটি আকৰ্ষণীয় অনুষ্ঠানত অৰুণাভক এই বঁটা প্ৰদান কৰা হ’ব।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে গুৱাহাটীৰ জ্যোতি চিত্ৰবন ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটৰ পৰা ছাউণ্ড ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰম সমাপ্ত কৰি অৰুণাভে প্ৰাথমিক অৱস্থাত অমৃত প্ৰীতম আৰু ৰিছুল পুক্কুটিৰ তত্তাৱধানত কাম কৰিছিল।

ৰিছুল পুক্কুটিৰ ষ্টুডিঅ’তে অৰুণাভে বিগত প্ৰায় দহ বছৰে বলিউডৰ বিগ বাজেটৰ ছবি ৰা ৱান, ৰ’ব’ট, গজনী, ইংলিছ ভিংলিছৰ লগতে প্ৰায় ৬০ খন ছবিত ছাউণ্ড ডিজাইনিঙৰ কাম কৰি আহিছে।

অৰুণাভ দত্ত হৈছে মহাৰাষ্ট্ৰ চৰকাৰৰ সন্মান লাভ কৰা দ্বিতীয় গৰাকী অসম সন্তান। ইয়াৰ পূৰ্বে একেটা শিতানত A Rainy Day নামৰ ছবিখনৰ বাবে অমৃত প্ৰীতমে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

 

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd