• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এলোপেথী সন্দৰ্ভত ৰামদেৱৰ মন্তব্য : উচ্চতম ন্যায়ালয়ত চূড়ান্ত প্ৰতিবেদন দাখিল ছত্তীশগড় আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2025 6:30 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড মহামাৰীৰ সময়ত এলোপেথিক ঔষধ ব্যৱহাৰৰ বিৰুদ্ধে যোগগুৰু ৰামদেৱে কৰা কথিত মন্তব্যক লৈ উচ্চতম ন্যায়ালয়ত ছত্তীশগড় আৰক্ষীয়ে এটা গোচৰৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই প্ৰতিবেদন ন্যায়াধীশ এম এম সুন্দৰেশ আৰু সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠত উত্থাপন কৰে।

Apply Now

মেহতাই কয় যে ৰামদেৱৰ বিৰুদ্ধে অভিযোগ কিছুমান আগ্ৰহী গোটৰ “পৃষ্ঠপোষকতা”ত হোৱা যেন লাগে।

ৰামদেৱক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ দাৱে কয় যে পূৰ্বৰ নিৰ্দেশ অনুসৰি ছত্তীশগড়ে প্ৰতিবেদন দাখিল কৰিছে যদিও বিহাৰে সেই কাম কৰা নাই।

ইয়াৰ পিছত বিচাৰপীঠে বিষয়টো ডিচেম্বৰলৈকে স্থগিত ৰাখে।

ইয়াৰ পূৰ্বে অভিযোগকাৰীসকলক অপৰাধমূলক কাৰ্য্যবিধি স্থগিত ৰখাৰ বাবে তেওঁৰ আবেদনত পক্ষ হিচাপে অভিযোগনামা দাখিল কৰিবলৈ কোৱা হৈছিল।

ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ পাটনা আৰু ৰায়পুৰ অধ্যায়ই ২০২১ চনত অভিযোগ দাখিল কৰিছিল যে ৰামদেৱৰ এই মন্তব্যই কোভিড নিয়ন্ত্ৰণ ব্যৱস্থাৰ প্ৰতি পক্ষপাতিত্বৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে আৰু উপযুক্ত চিকিৎসাৰ সুবিধা লোৱাৰ পৰা মানুহক বাধা দিব পাৰে।

ইয়াৰ পূৰ্বে অন্তৱৰ্তীকালীন সকাহ হিচাপে ৰামদেৱে অপৰাধমূলক অভিযোগৰ তদন্তত স্থগিতাদেশ বিচাৰিছিল।

মহামাৰীৰ সময়ত এলোপেথিক ঔষধ ব্যৱহাৰৰ বিৰুদ্ধে ৰামদেৱে কৰা মন্তব্যক লৈ বিহাৰ আৰু ছত্তীশগড়ত অভিযোগ দাখিল কৰিছিল ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে।

আইপিচি আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ বিভিন্ন ধাৰাৰ অধীনত যোগ গুৰুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

ইফালে দিল্লী মেডিকেল এছ’চিয়েশ্যনে (ডি এম এ) এই গোচৰৰ পক্ষ হ’বলৈ অনুমতি বিচাৰিছিল, ৰামদেৱে এলোপেথীক অপমান কৰা আৰু ভেকচিন আৰু চিকিৎসাৰ প্ৰট’কল অৱজ্ঞা কৰিবলৈ মানুহক উৎসাহিত কৰা বুলি অভিযোগ উত্থাপন কৰিছিল।দিল্লী মেডিকেল এছ’চিয়েশ্যনে দাবী কৰিছিল যে ৰামদেৱৰ পতঞ্জলিয়ে যোগ্য কৰ্তৃপক্ষৰ অনুমোদন নোপোৱা “ক’ৰ’নিল” কিট বিক্ৰী কৰি ১০০০ কোটি টকাৰো অধিক উপাৰ্জন কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

September 29, 2026 2:57 pm
ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

September 29, 2026 1:03 pm
বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

September 29, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

September 29, 2026 2:57 pm
ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd