• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে অসম যোগ প্ৰকল্প আঁচনিৰ অধীনত ১০০ টা যোগ কেন্দ্ৰ স্থাপন কৰিব

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2017 1:50 pm
416
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনত পোন প্ৰথমবাৰৰ বাবে অসম স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে অসম যোগ প্ৰকল্প আঁচনিৰ অধীনত ১০০ টা  উন্নয়ন খণ্ডত ১০০ টা যোগ কেন্দ্ৰ স্থাপন কৰিব। অসমৰ ৩৩ খন জিলাতে এই যোগ কেন্দ্ৰসমূহ স্থাপন কৰা হ’ব।

মঙলবাৰে গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই আঁচনি মুকলি অনুষ্ঠানত আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উদ্বোধনী ভাষণত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম যোগ প্ৰকল্পৰ অধীনত প্ৰথম পৰ্যায়ত ১০০ টা প্ৰকল্প স্থাপন কৰা হ’ব। এই আঁচনিৰ উদ্দেশ্য হৈছে সৰ্বসাধাৰণক সু-স্বাস্থ্যৰ বাবে যোগৰ অনুশীলনৰ সুযোগ দিয়া আৰু এটা সুস্থ জীৱন যাপনৰ বাবে যোগক আকোৱালি লোৱাৰ ব্যৱস্থা কৰা।

এই কেন্দ্ৰসমূহৰ প্ৰতিটো দু’গৰাকী যোগমিত্ৰই পৰিচালনা কৰিব আৰু এগৰাকী যোগ প্ৰশিক্ষক থাকিব যাক ৰাজ্য চৰকাৰে দৰমহা দিব। প্ৰথম অৱস্থাত এই যোগ কেন্দ্ৰসমূহত প্ৰতিদিনে তিনিবাৰকৈ প্ৰশিক্ষণ শ্ৰেণী অনুষ্ঠিত হ’ব।

পৰৱৰ্তী সময়ত খেলুৱৈ, গৰ্ভৱতী মহিলাৰ দৰে সকলো শ্ৰেণীৰ লোকক সামৰি অধিক প্ৰশিক্ষণ শ্ৰেণীৰ ব্যৱস্থা কৰা হ’ব।

ৰাজ্য চৰকাৰে এই ১০০ টা কেন্দ্ৰ স্থাপনৰ বাবে প্ৰতিটোৰ বাবাদ ৫ লাখকৈ টকা আগবঢ়াইছে। এই কেন্দ্ৰসমূহ পৰৱৰ্তী সময়ত যোগ নিৰাময় কেন্দ্ৰলৈ উন্নীত কৰা হ’ব আৰু সেইবোৰ প্ৰায় ১৪ টা বেচৰকাৰী সংস্থাৰ সহযোগত স্থাপন কৰা হ’ব।

Recent News

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd