• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আগন্তুক নির্বাচনৰ বাবে মেঘালয়ে বিচাৰিছে সুৰক্ষা বাহিনীৰ ১০৭ টা কোম্পানী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2018 10:16 pm
মেঘালযৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ফ্ৰেডেৰিক খাৰকংগৰ

মেঘালযৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ফ্ৰেডেৰিক খাৰকংগৰ

141
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মেঘালয়ত আগন্তুক বিধানসভাৰ নিৰ্বাচনত নিয়োগ কৰিবৰ বাবে ১০৭ টা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কোম্পানী বিচৰা হৈছে।

মেঘালয়ৰ মুখ্য নিৰ্বাচনী বিষয়া ফ্ৰেডেৰিক খাৰকংগৰে সোমবাৰে সাংবাদিকৰ আগত কয় যে সুৰক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ কথাটো ভাৰতৰ নিৰ্বাচন আয়োগৰ আগত দাঙি ধৰা হ’ব আৰু আয়োগে একেদৰে সেয়া কেন্দ্ৰী গৃহ মন্ত্ৰালয়ক অৱগত কৰাব।

‘’ আমি কেন্দ্ৰৰ অনুমোদনৰ বাবে অপেক্ষা কৰিছো,’’-তেওঁ কয়।

হিচাপ অনুসৰি ৰাজ্যখনৰ ৬০ টা বিধানসভা সমষ্টিৰ ৩,০৮২ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৫৩৬ টা ভোটগ্ৰহণ কেন্দ্ৰক স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰা হৈছে। ইয়াৰ কাৰণ হৈছে বিদ্ৰোহীৰ ভাবুকিকে ধৰি নিৰ্বাচন কেন্দ্ৰিক হিংসাৰ সম্ভাৱনা ইয়াত আছে। আনহাতে, ৪৪৪ টা ভোটগ্ৰহণ কেন্দ্ৰক ‘জটিল’ ভোটকেন্দ্ৰ হিচাপে বিবেচনা কৰা হৈছে কিয়নো ইয়াত ৰাজনৈতিক শত্ৰুটাৰ লগতে এগৰাকী বিশেষ প্ৰাৰ্থীৰ বাবে ভোটাৰক জোৰকৈ ভোটদান কৰোৱাৰ সম্ভাৱনা আছে।

২০২৫ টা ভোটগ্ৰহণ কেন্দ্ৰক স্বাভাৱিক বুলি ধৰা হৈছে, আন ৬৭ টা ভোটগ্ৰহণ কেন্দ্ৰক ‘স্পৰ্শকাতৰ আৰু জটিল’ বুলি বিবেচনা কৰা হৈছে।

খাৰকংগৰে কয় যে ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিস্থিতি গতিশীল আৰু ভোটদানৰ দিনটোৰ পৰিস্থিতি সলনি হৈ যাব পাৰে। তেওঁ কয় যে নিৰ্বাচনৰ সময়ত সুৰক্ষা বাহিনী নিয়োগৰ ক্ষেত্ৰত ৰাজ্য তথা জিলাৰ পৰিস্থিতি চাই লোৱা হ’ব নিৰ্বাচনী পৰ্যবেক্ষকৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

Recent News

সন্ত্ৰাসবাদী মাছুদ আজহাৰক ১৪ কোটি টকা দিব পাকিস্তান চৰকাৰেঃ অপাৰেশ্যন সিন্দুৰত মৃত্যু হোৱা পৰিয়ালৰ লোকৰ ক্ষতিপূৰণ হিচাপে এই ধন

সন্ত্ৰাসবাদী মাছুদ আজহাৰক ১৪ কোটি টকা দিব পাকিস্তান চৰকাৰেঃ অপাৰেশ্যন সিন্দুৰত মৃত্যু হোৱা পৰিয়ালৰ লোকৰ ক্ষতিপূৰণ হিচাপে এই ধন

মাত্ৰ ৩৬ দিনৰ কাৰ্যকাল! ২০২৭ চনত প্ৰথমগৰাকী মহিলা ন্যায়াধীশ পাব ভাৰতে

মাত্ৰ ৩৬ দিনৰ কাৰ্যকাল! ২০২৭ চনত প্ৰথমগৰাকী মহিলা ন্যায়াধীশ পাব ভাৰতে

এটা দশকৰ পাছত সলনি হ’ব গুগলৰ ল’গ’! কি তাৎপৰ্য বহন কৰে এই পৰিৱৰ্তনে?

এটা দশকৰ পাছত সলনি হ’ব গুগলৰ ল’গ’! কি তাৎপৰ্য বহন কৰে এই পৰিৱৰ্তনে?

বস্তিৰ পৰা সুপ্ৰিম কোৰ্টলৈ প্ৰেৰণাদায়ক যাত্ৰা: দেশৰ ৫২তম মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ ভূষণ ৰামকৃষ্ণ গাভাইৰ

বস্তিৰ পৰা সুপ্ৰিম কোৰ্টলৈ প্ৰেৰণাদায়ক যাত্ৰা: দেশৰ ৫২তম মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ ভূষণ ৰামকৃষ্ণ গাভাইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd