• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আগিয়াত হাতীৰ আক্ৰমণত অকাল মৃত্যুক সাবটি হ’লে ২ জনে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2017 11:24 am
162
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ সমান্তৰালকৈ বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ আগিয়া গাঁওত হাতীৰ আক্ৰমণত ২ জন লোক নিহত হয়। সত্ৰমতে, বুধবাৰে নিশা আগিয়া বনাঞ্চলিক কাৰ্য্যলয়ৰ অধীনস্থ কেওটপাৰাৰ খেতিপথাৰ তহিলং কৰি থকা বনৰীয়া হাতীৰ জাকটোক ৰাইজে খেদি যাওঁতে হাতীৰ জাকটোৱে ওলোটাই আক্ৰমণ কৰাত এজন লোক নিহত হয়। নিহত উলিংটন মাৰাক (৪৮)নামৰ এজন ব্যক্তি। আনহাতে,হাতীৰ জাকটোৱে আগিয়াৰ ৰায়ৰাং খেতিপথাৰেৰে আহি গোৱালপাৰা বনাঞ্চলিক প্ৰস্তাৱিত গণবিনা বনাঞ্চলত আশ্ৰয় গ্ৰহণ কৰে। এই ঘটনাৰ কিছু সময় পাছতে নিশা প্ৰায়  ৯.৩০ বজাত বনাঞ্চলৰ মাজেৰে বাপুপাৰা-দোৰাপাৰা সংযোগী পথেৰে আগিয়া বজাৰ অভিমুখে আহি থাকোতে বাপুপাৰা গাঁৱৰ ডিম্বেশ্বৰ নাথৰ ২২ বছৰীয়া পুত্ৰ অৰুণ জ্যোতি নাথ হাতীৰ মুখামুখি হোৱাত মটৰ চাইকেল খন পেলাই পলায়নৰ চেষ্টা কৰোতে হাতীয়ে আক্ৰমণ চলোৱাত যুৱকজন থিতাতে নিহত হয়। স্থানীয় ৰাইজে বন-বিভাগৰ লোকক খবৰ দিয়ে যদিও প্ৰায় আঢ়ৈ ঘণ্টা পিছততে বন-বিভাগ আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয়। ইয়াক লৈ অঞ্চলটোৰ ৰাইজ বন বিভাগৰ ওপৰত ক্ষুদ্ধ হৈ পৰে।  বন-বিভাগৰ লোকে শূণ্যলৈ গুলি ফুটাই হাতীৰ জাকটোক খেদি পঠাবলৈ  অৰণ্যৰ মাজলৈ খেদি পঠাব সক্ষম হয়। হাতীৰ জাকটোৱে বনাঞ্চলত প্ৰৱেশ কৰাৰ পিছত বাপুপাৰা গাঁৱৰ ৰাইজে যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বন-বিভাগৰ ওপৰত ক্ষুব্ধ ৰাইজে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়াত বাধা প্ৰদান কৰি পৰিস্থিতি উত্তাল কৰি তোলে।

 

Recent News

গাৰ নোম শিয়ৰি উঠা ঘটনা! প্ৰথম মানৱ কংকাল উদ্ধাৰ, ধৰ্মস্থলৰ গণ সমাধি কাণ্ডত নতুন চাঞ্চল্য

গাৰ নোম শিয়ৰি উঠা ঘটনা! প্ৰথম মানৱ কংকাল উদ্ধাৰ, ধৰ্মস্থলৰ গণ সমাধি কাণ্ডত নতুন চাঞ্চল্য

টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত ইংলেণ্ডৰ; পঞ্চম টেষ্টত খেলা নাই বুমৰাহ, আৰম্ভণিতে উইকেট হেৰুৱালে ভাৰতে

টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত ইংলেণ্ডৰ; পঞ্চম টেষ্টত খেলা নাই বুমৰাহ, আৰম্ভণিতে উইকেট হেৰুৱালে ভাৰতে

অভিযন্তা যোশিতা দাসৰ মৃত্যুৰ চিবিআইৰ তদন্তত অনুমোদন অসম চৰকাৰৰ

অভিযন্তা যোশিতা দাসৰ মৃত্যুৰ চিবিআইৰ তদন্তত অনুমোদন অসম চৰকাৰৰ

হাতৰ আখৰ কিয় বেয়া? তৃতীয় শ্ৰেণীৰ ছাত্ৰজনক হাত জ্বলাই শাস্তি দিলে শিক্ষকে!

হাতৰ আখৰ কিয় বেয়া? তৃতীয় শ্ৰেণীৰ ছাত্ৰজনক হাত জ্বলাই শাস্তি দিলে শিক্ষকে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd