• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজিৰে পৰা অসমতো ইছলাম ধৰ্মাৱলম্বীসকলে পালন কৰিব পৱিত্ৰ ৰমজানৰ ৰোজা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2018 11:30 am
16-05-18 Guwahati- Eve of Ramadhan (9)

ৰমজানৰ বজাৰ, গুৱাহাটীত। ফটো ইউ বি

1k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ ইছলাম ধৰ্মীৱলম্বী লোকসকলে বৃহস্পতিবাৰৰ পৰা ৰমজানৰ ৰোজা পালন কৰিব। বুধবাৰে গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যজুৰি সন্ধিয়াৰ আকাশত জোন বিচাৰি সৃষ্টি হোৱা কেইবাঘণ্টাজোৰা উৎকণ্ঠাৰ অন্তত এই কথা সদৰী কৰে কেন্দ্ৰীয় হিলাল কমিটীৰ ৰাজ্যিক সভাপতি মৌলানা ফকৰউদ্দিন আহমেদ কাছিমীয়ে।

আজিৰে পৰা আৰম্ভ হ’ল ইছলাম ধৰ্মাৱলম্বীসকলৰ ইবাদতৰ শ্ৰেষ্ঠ মাহ ‘ৰমজান’। ৰাজ্যবাসীক পৱিত্ৰ ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰি ৰাজ্যিক কমিটীৰ সভাপতিগৰাকীয়ে পৱিত্ৰ ৰমজানৰ সময়ছোৱাত ৰাজ্যৰ শান্তি-সম্প্ৰীতি অটুট ৰখাৰ আহ্বান জনাইছে।  তদুপৰি এই পৱিত্ৰ ৰমজান মাহতে ৰাজ্যৰ সম্প্ৰীতি, পৰস্পৰা আৰু ভাতৃত্ববোধৰ এনাজৰীডাল যাতে আৰু শক্তিশালী হয়, তাৰ বাবে ৰাজ্যবাসীক আহ্বান জনাইছে কেন্দ্ৰীয় হিলাল কমিটীয়ে।

তদুপৰি, পৱিত্ৰ ৰমজান মাহত যাতে কোনো দুষ্কৃতিকাৰীয়ে ৰাজ্যত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে ৰাজ্য চৰকাৰৰ লগতে সমগ্ৰ জিলা প্ৰশাসন আৰু বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানক কঠোৰ দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে।

আনহাতে, কমিটীৰ উপ-সভাপতি জহুৰউদ্দিন আহমেদ আৰু ৰাজধানী মহানগৰীৰ আঠগাঁও কবৰস্থানৰ উপদেষ্টা কাজি নেকিব শইকীয়াই সমগ্ৰ ৰাজ্যবাসীক ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰি এই পৱিত্ৰ ৰমজানৰ ৰোজাই ৰাজ্যবাসীৰ অন্তৰত পৰস্পৰ ভাতৃত্ববোধ জগাই তুলিব বুলি আশা ব্যক্ত কৰে।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd