• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আনুষ্ঠানিকভাৱে শুভাৰম্ভ নামৰূপৰ জ্যোতিনগৰ পেভাৰ ব্লক পথৰ নিৰ্মাণ কাৰ্য

অক্ষয় প্ৰণৱ কলিতা by অক্ষয় প্ৰণৱ কলিতা
March 23, 2018 12:45 pm
83
VIEWS
Share on FacebookShare on Twitter

নামৰূপৰ ফেডাৰ আলীৰ পৰা দিল্লী ডোৱানিয়া সংলগ্ন জ্যোতিনগৰ পেভাৰ ব্লক পথটিৰ নিৰ্মাণকাৰ্য বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে শুভউদ্বোধন হয়।

নামৰূপ নগৰ সমিতিৰ অধ্যক্ষা নীতু সোণোৱাল বুঢ়াগোহাঁইয়ে কালি নতুনকৈ নিৰ্মাণ হ’বলগীয়া জ্যোতিনগৰ পথটিৰ কাম আনুষ্ঠানিকভাৱে মুকলি কৰে।

উল্লেখ্য যে জ্যোতিনগৰ পেভাৰ ব্লক পথটি অসম চৰকাৰৰ ২০১৭-১৮ বৰ্ষৰ চতুৰ্দশ বিত্তীয় আঁচনিৰ অধীনৰ আৱণ্টিত পুঁজিৰে নিৰ্মাণ কাৰ্য চলোৱা হৈছে। ৩০৫ মিটাৰ দৈৰ্ঘ্যৰ এই পথটিৰ নিৰ্মাণ কাৰ্যত ১০.৪৪ লাখ টকা ব্যয় হ’ব বুলি ধাৰ্য কৰা হৈছে।

নিৰ্মাণ কাৰ্য মুকলি অনুষ্ঠানত উপস্থিত থকা নীতু সোণোৱাল বুঢ়াগোহাঁইয়ে ৰাইজক উদ্দেশ্যি কয়- ‘আমি নামৰূপৰ জনসাধাৰণৰ মংগলৰ বাবে আছো, এই অঞ্চলক আগবঢ়ায় নিয়া তথা নামৰূপৰ সৰ্বাংগীন উন্নয়ন সাধন কৰাই আমাৰ একমাত্ৰ উদ্দেশ্য। ঠিকাদাৰসকলে কামত যাতে গাফিলতি কৰিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি নিবদ্ধ ৰাখিবলৈ মই সকলো জনসাধাৰণকে অনুৰোধ জনালো’।

জ্যোতিনগৰ পেভাৰ ব্লক পথটিৰ নিৰ্মাণ কাৰ্য মুকলি অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) ৰাজ্যিক কাৰ্যবাহী ৰঞ্জিত বৰুৱা, জ্যেষ্ঠ বিজেপি নেতা সুৰেণ গগৈ, ভবা গগৈৰ লগতে বিভিন্ন লোক উপস্থিত থাকে।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd