• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলফা-চৰকাৰৰ আলোচনা শেষ পৰ্য্যায়ত; এই বছৰতে চুক্তি সম্পাদিত হোৱাৰ সম্ভাৱনা?

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
May 22, 2018 9:24 pm
ULFA
277
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ মীমাংসাৰ পূৰ্বেই এই বছৰৰ ভিতৰতে স্বাক্ষৰিত হ’ব পাৰে বহু আকাংক্ষিত আলফা-চৰকাৰৰ শান্তি চুক্তি? এই সম্ভাৱনাৰ কথা নৰ্থ-ইষ্ট নাওৰ আগত প্ৰকাশ কৰিলে আলোচনাপন্থী আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই।

ৰাজখোৱাই আজি নতুন দিল্লীত আমাৰ সাংবাদিকৰ আগত কয় যে আলোচনা প্ৰক্ৰিয়াটোৰ অংশ হিচাপে কালি কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা হোৱা বৈঠকত প্ৰায়বোৰ বিষয়ত সহমতত উপনীত হ’ব পৰা গৈছে। “আলোচনাটো চূড়ান্ত পৰ্য্যায়ত আহি পাইছে।” এইবুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

Mithinga
আলফাৰ প্ৰচাৰ সম্পাদক মিথিংগা দৈমাৰী।

উল্লেখযোগ্য যে অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আলফাৰ এটা দলে কালি নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হৈছিল, য’ত সংগঠনটোৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু প্ৰচাৰ সম্পাদক মিথিংগা দৈমাৰীও আছিল। আলোচনাটোত কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰী এ বি মাথুৰ আৰু গৃহ দপ্তৰৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে ভাগ লৈছিল।

“এই চুক্তিখন স্বাক্ষৰিত হ’লে আমি ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰতে আমাৰ মাটি, অৰ্থনীতি আৰু ৰাজনৈতিক অধিকাৰ লাভ কৰিম।” ৰাজখোৱাই কয়।

আলফাৰ নেতাকেইজনে কয় যে তেওঁলোকে এই আলোচনাৰ কালত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিকেইজনৰ আগত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাও প্ৰকাশ কৰে। যদিও নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথাটো তেওঁলোকৰ মূল দাবী চনদত নাছিল, তথাপি তেওঁলোকে এইটো পিছত অন্তৰ্ভুক্ত কৰিছিল। “আমাৰ বাকীবোৰ দাবীৰ প্ৰায়বোৰতে সহমতত উপনীত হ’ব পৰা গৈছে।” ৰাজখোৱাই কয়।
আনহাতে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা সন্দৰ্ভত ৰাজখোৱাই কয় যে পৰেশ বৰুৱা আলোচনালৈ আহিলে আলোচনাপন্থী আলফাৰ একো আপত্তি কৰিব লগীয়া নাই।

তেওঁ শান্তি চুক্তি সম্পাদিত হোৱাৰ পিছত আলফা সংগঠনটো ভংগ কৰা হ’ব বুলিও মন্তব্য কৰে।

Recent News

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd