• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উৰা বাতৰি নিয়ন্ত্ৰণ কৰিবলৈ মোবাইল ইণ্টাৰনেট সেৱাত স্থগিতাদেশ জাৰি মণিপুৰ চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2018 8:41 pm
mobile_internet-570x320
166
VIEWS
Share on FacebookShare on Twitter

মণিপুৰ চৰকাৰে পাঁচ দিনৰ বাবে কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনৰ সৰ্বত্ৰ মোবাইল ইণ্টাৰনেট সেৱাত স্থগিতাদেশ জাৰি কৰিছে। ৰাজ্যখনত বিয়পি যোৱা উৰা বাতৰি, মানুহৰ মাজত সাম্প্ৰদায়িক ঘৃণাৰ বিষবাষ্প বিয়পোৱা ভিডিঅ’  বিয়পি যোৱাটো ৰোধ কৰাৰ উদ্দেশেৰে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

মণিপুৰ চৰকাৰৰ বিশেষ সচিব (গৃহ) খ ৰঘূমণিয়ে জাৰি কৰা এটা নিৰ্দেশযোগে কৈছে যে সমগ্ৰ মণিপুৰতে আইন-কানুনগত সমস্যাৰ সৃষ্টি কৰিব পৰা উৰা বাতৰি, মানুহৰ মাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা বাৰ্তা বিয়পি যোৱাটো ৰোধ কৰাৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

এটা সংবাদ মাধ্যমৰ প্ৰতিৱেদনত প্ৰকাশ যে শান্তি আৰু ৰাজহুৱা শৃংখলা বিঘ্নিত কৰিব পৰা অৱস্থা আৰু গণ সঞ্চালনৰ ঘটনা প্ৰতিৰোধ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে মণিপুৰ চৰকৰে।

শেহতীয়াভাৱে ছ’চিয়েল মেডিয়াত ভূৱা আৰু প্ৰৰোচনামূলক বাৰ্তা বিয়পি যোৱাৰ বাবে ৰাজ্যখনত বহুকেইটা গণহিংসাৰ ঘটনা আৰু ৰাজহুৱা নিৰ্বিচাৰ শাস্তি আৰু হত্যাৰ বলি হোৱাৰ ঘটনা সংঘতিত হৈছে।

Recent News

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd