• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওদালগুৰিৰ কলাইগাঁৱত ‘মুক্তি’ৰ উদ্যোগত কৃতী শিক্ষাৰ্থীৰ বিশেষ অভিনন্দন অনুষ্ঠান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2018 10:35 pm
Muktis Felicitation
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

গুৱাহাটীৰ এক স্বেচ্ছাসেৱী সংস্থা ‘মুক্তি’ৰ উদ্যোগত অসমৰ বিভিন্ন প্ৰান্তত থকা দৰিদ্ৰ পৰিয়ালৰ নিৰ্বাচিত ৮গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষা গ্ৰহণত সহায়ক হোৱাকৈ আৰ্থিক সাহাৰ্য প্ৰদানেৰে দেওবাৰে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ বন নগৰী উচ্চ মাধ্যমিক বিদ্যালয়ত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।

সাহিত্য একাডেমী বঁটাপ্ৰাপক বিশিষ্ট সাহিত্যিক ড০ জয়ন্তমাধৱ বৰাই এই অনুষ্ঠানত মুখ্য অতিথি হিচােপ অংশগ্ৰহণ কৰি কয়, ‘জ্ঞানাৰ্জনৰ বােব কষ্ট কৰিবই লাগিব। অধ্যয়নৰ যোগেদি লাভ কৰা জ্ঞানহে মানুহৰ আৱেগক নিয়ন্ত্ৰিত কৰে। সেয়ে প্ৰতিভাসম্পন্ন শিক্ষাৰ্থীসকলে কষ্ট কৰিহে জ্ঞান অৰ্জনৰ বােবে অহোপুৰুষাৰ্থ কৰিব লাগে।’

বন নগৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত মুক্তিৰ সভানেত্ৰী হেমপ্ৰভা দেৱীৰ পৗৰোহিত্যত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানটোত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান লাভ কৰা তেজপুৰৰ মুনলিট হাইস্কুলৰ ছাত্ৰ ৰক্তিম ভূঞাৰ লগতে কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নয়না হাজৰিকা, তেজপুৰৰ মুনলিট উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱশ্ৰী কলিতা, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চিন্ময় কুমাৰ শৰ্মা, লেঙ্গেৰীয়াঝাৰ কৃষক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰত্যুষপল্লৱ চক্ৰৱৰ্তী আৰু বুদ্ধদেৱ শইকীয়া, মঙলদৈৰ ব্ৰিলিয়েণ্ট একাডেমীৰ ধৰিত্ৰী শইকীয়াকে ধৰি ৮ গৰাকী ছাত্ৰ-ছাত্ৰীক বিশেষ অভিনন্দন জ্ঞাপন কৰা হয়।

‘মুক্তি’ৰ সাংগঠনিক সম্পাদক দেৱজিৎ বৰাই আঁত ধৰা অনুষ্ঠানটোত সাহিত্য অকাডেমীৰ অনুবাদ বঁটা প্ৰাপক সাহিত্যিক বিপুল দেউৰী, সংগীত-নাটক একাডেমী বঁটা প্ৰাপক নৃত্যশিল্পী অনীতা শৰ্মা, অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক শৈলেন ৰাজবংশী, দৰং জিলা সাহিত্য সভাৰ সম্পাদক মুকুট হাজৰিকা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি নৱজিৎ শৰ্মাকে ধৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

বহু সংখ্যক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত উক্ত অনুষ্ঠনতে ৰক্তিম ভূঞাৰ সৈতে অঞ্চলৱৰ্তী ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলে এক মত বিনিময় কৰে। ‘মুক্তি’ৰ শীৰ্ষক গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ‘ভয়ছ অব দৰং’ ময়ুৰ কাশ্যপ, জ্যেষ্ঠ শিল্পী পুষ্প হাজৰিকাকে ধৰি বহুকেইজন শিল্পীয়ে গীত পৰিৱেশন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd