• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাহিত্যিক কনকসেন ডেকালৈ ‘২০১৭ বৰ্ষৰ হীৰেন ভট্টাচাৰ্য বঁটা’

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2018 8:20 am
সাহিত্যিক কনকসেন ডেকা
555
VIEWS
Share on FacebookShare on Twitter

সদৌ নগাঁও ভোগালী বিহু উদযাপন সমিতি, পুৰণিগুদামৰ দ্বাৰা পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰাল প্ৰাংগণত চাৰিদিনীয়াকৈ আয়োজন কৰা ভোগালী বিহু উৎসৱৰ কালি অন্তিম দিনাৰ নিশা অনুষ্ঠিত মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক, সাংবাদিক কনকসেন ডেকা। উল্লেখযোগ্য যে উদযাপন সমিতিৰ মুখ্য পৃষ্ঠপোষক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সাহিত্যিক কনকসেন ডেকাক ২০১৭ বৰ্ষৰ হীৰেন ভট্টাচাৰ্য বঁটা প্ৰদান কৰা হয়। এই বঁটাত জাপি গামোচা, স্মাৰক, শ্বল আৰু সম্বৰ্ধনা-পত্ৰ আছে। উক্ত সভাতে সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা প্ৰাপক তোষপ্ৰভা কলিতা, বৃক্ষবন্ধু বেণুধৰ গায়ন, বিশিষ্ট চিত্ৰ শিল্পী একাৰ্ণৱ গোস্বামীক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়।

এই অনুষ্ঠানৰ ভাষণ প্ৰসংগত সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডেকাই কয়, ‘ভোগালীত আমি পৰম্মৰাগত খাদ্য সম্ভাৰ অটুট ৰাখিব লাগে। কিয়নো বিশ্বৰ ভিতৰতে অসমীয়া খাদ্য উৎকৃষ্ট’। ইয়াৰ উপৰি তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে পুৰণিগুদামৰ পৰা এতিয়া পুৰণি শব্দটো গৈছে। কিয়নো পুৰণিগুদামে এতিয়া নতুনক নেতৃত্ব দিব পৰা হৈছে।

মুকলি সভাখনত বিশিষ্ট চিকিৎসক ডাঃ নৱনীল বৰুৱা আৰু সাংবাদিক ঋতুস্মিন শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল। আনহাতে এই সভাতে ভোগালী বিহু উপলক্ষে উদযাপন সমিতিয়ে পাৰুল গায়নৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা ‘হাৰালি’ স্মৃতিগ্ৰন্থখন কনকসেন ডেকাই উন্মোচন কৰে।

যোৱা ১৩ জানুৱাৰিৰ পৰা চাৰিদিনীয়াকৈ চলা ভোগালী বিহু উৎসৱৰ কালি সফল সমাপ্তি ঘটে। প্ৰতিদিনেই বিভিন্ন জাক জমকতাৰে পৰিপূৰ্ণ কাৰ্যসূচীৰে পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰাল প্ৰাংগণত এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়।

Recent News

স্থায়ী বন্দোবস্তিৰ বাবে চক্ৰ বিষয়াক ৫ নং আৰু ৬ নং ৰায়তী প্ৰপত্ৰ প্ৰদান বৰদুৱাৰ বাগানৰ বাসিন্দাৰ

স্থায়ী বন্দোবস্তিৰ বাবে চক্ৰ বিষয়াক ৫ নং আৰু ৬ নং ৰায়তী প্ৰপত্ৰ প্ৰদান বৰদুৱাৰ বাগানৰ বাসিন্দাৰ

ভাৰত ধৰমশালা নহয়! শ্ৰীলংকান নাগৰিকৰ আশ্ৰয় বিচাৰি কৰা আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে

ভাৰত ধৰমশালা নহয়! শ্ৰীলংকান নাগৰিকৰ আশ্ৰয় বিচাৰি কৰা আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে

“পাকিস্তানক আক্ৰমণৰ আগতীয়া খবৰ দি দেশৰ কিমান ক্ষতি হ’ল?” : বৈদেশিক মন্ত্ৰীক প্ৰশ্ন ৰাহুল গান্ধীৰ

“পাকিস্তানক আক্ৰমণৰ আগতীয়া খবৰ দি দেশৰ কিমান ক্ষতি হ’ল?” : বৈদেশিক মন্ত্ৰীক প্ৰশ্ন ৰাহুল গান্ধীৰ

অপাৰেচন সিন্দূৰৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ অধ্যাপকৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

অপাৰেচন সিন্দূৰৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ অধ্যাপকৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd