• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কনৰাড চাংমা নেতৃত্বাধীন মেঘালয়ৰ নতুন চৰকাৰক সৰ্বানন্দ সোণোৱালৰ অভিনন্দন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2018 8:33 pm
conrad-sangma
118
VIEWS
Share on FacebookShare on Twitter

আজি শ্বিলঙস্থিত ৰাজভৱনত কনৰাড চাংমাৰ নেতৃত্বত নৱ গঠিত মিত্ৰজোঁটৰ মেঘালয় মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ নতুন মন্ত্ৰী সভাৰ সদস্য সকলক অভিনন্দন জ্ঞাপন কৰে।

মুখ্য মন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে কনৰাড চাংমাৰ নেতৃত্বত গঠিত মন্ত্ৰী সভাই মেঘালয়ৰ জনসাধাৰণৰ আশা-আকাংক্ষা সমূহ পূৰণৰ বাবে সৰ্বতোপ্ৰকাৰৰ পদক্ষেপ গ্ৰহণ কৰিব।

ইয়াৰ উপৰি তেওঁ মেঘালয়ৰ সৰ্বাংগীন বিকাশৰ বাবে নৱ গঠিত মন্ত্ৰী সভাই দৃঢ়তাৰ নীতি, আঁচনি গ্ৰহণ কৰি উন্নয়নৰ প্ৰক্ৰিয়াত এক নতুন গতি প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰে।

আজি অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহো উপস্থিত আছিল।

লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পিএ চাংমাৰ পুত্ৰ তথা এনপিপিৰ মুৰব্বী কনৰাড চাংমাই ৩৪ গৰাকী বিধায়কৰ সমৰ্থনেৰে পাহাৰীয়া ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে ৰাজ্যপাল গংগা প্ৰসাদক সাক্ষাৎ কৰিছিল।

উল্লেখযোগ্য যে সদ্য-সমাপ্ত নিৰ্বাচনটোত কংগ্ৰেছে ২১খন আসনেৰে একক সংখ্যাগৰিষ্ঠ দল হিচাপে স্বীকৃত হৈছিল যদিও কনৰাড নেতৃত্বাধীন এনপিপিয়ে বিজেপিকে আদি কৰি অন্যান্য মিত্ৰ দলৰ সহযোগত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।

Recent News

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

গাজাত যুদ্ধবিৰতিৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ভোট! ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

আমেৰিকাৰ পৰা বিতাড়ন খাবিৰ লাম! ইটালীৰ ইনফ্লুৱেন্সাৰগৰাকীয়ে কিয় আমেৰিকা এৰিবলগীয়া হ’ল?

সোণমক বচাবলৈ আন যুৱতীক হত্যাৰ পৰিকল্পনা; জেৰাত প্ৰেমিক ৰাজৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি   

সোণমক বচাবলৈ আন যুৱতীক হত্যাৰ পৰিকল্পনা; জেৰাত প্ৰেমিক ৰাজৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি   

দুৰ্ঘটনাগ্ৰস্ত ব’য়িং ৭৮৭ ড্ৰিমলাইনাৰৰ যান্ত্ৰিক দুৰ্বলতাৰ বিষয়ে এবছৰ পূৰ্বে সকীয়াই দিছিল প্ৰাক্তন কৰ্মচাৰীয়ে!

দুৰ্ঘটনাগ্ৰস্ত ব’য়িং ৭৮৭ ড্ৰিমলাইনাৰৰ যান্ত্ৰিক দুৰ্বলতাৰ বিষয়ে এবছৰ পূৰ্বে সকীয়াই দিছিল প্ৰাক্তন কৰ্মচাৰীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd