• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কমনৱেল্থ গেইমছ : শ্বুটিঙত স্বৰ্ণ জয় কৰিলে ছিকিমৰ শ্বুটাৰ জিতু ৰায়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2018 12:02 pm
Jitu-CWG-1-570x320
126
VIEWS
Share on FacebookShare on Twitter

অষ্টেলিয়াৰ গল্ডক’ষ্টত অনুষ্ঠিত কমনৱেলথ গেইমছ ২০১৮ত মণিপুৰৰ দুগৰাকী ভাৰত্তোলক ছাইখম মীৰাবাই চানু আৰু সঞ্জিতা চানুৱে সোণৰ পদক অৰ্জন কৰি উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ সময়তে আন এজন উত্তৰ-পূবৰ খেলুৱৈ তথা ছিকিমৰ তাৰকা শ্বুটাৰ জিতু ৰায়ে ১০ মিটাৰ এয়াৰ পিষ্টলত স্বৰ্ণ পদক জয় কৰি প্ৰতিযোগিতাখনত উত্তৰ-পূবৰ খেলুৱৈৰ দপদপনি অব্যাহত ৰাখে।

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বেলমণ্ট শ্বুটিং চেণ্টাৰত অনুষ্ঠিত ফাইনেলত জিতুয়ে ১০ মিটাৰ এয়াৰ পিষ্টলত কমনৱেল্থ গেইমছৰ নতুন অভিলেখ গঢ়ি স্বৰ্ণ পদক জয় কৰে। তেওঁ ফাইনেলত ২৩৫.১ পইণ্ট লাভ কৰাৰ বিপৰীতে ৰূপৰ পদক অৰ্জন কৰা অষ্ট্ৰেলিয়াৰ কেৰী বেল্টে লাভ কৰে ২৩৩.৫ পইণ্ট।

মনকৰিবলগীয়া যে কমনৱেল্থ গেইমছত ছিকিমৰ তাৰকা শ্বুটাৰ জিতু ৰায়ৰ এয়া দ্বিতীয়টো সেণৰ পদক। ইয়াৰ পূৰ্বে ২০১৪ চনত স্কটলেণ্ডৰ গ্লাছগ’ত অনুষ্ঠিত হোৱা কমনৱেল্থ গেইমছত জিতুৱে ৫০ মিটাৰ শাখাত সেণৰ পদক লাভ কৰিছিল।

আনহাতে কমনৱেল্থ গেইমছত পোন প্ৰথমবাৰৰ অংশ লোৱা ভাৰতৰ ওমে একেটা শাখাতে ২১৪.৩ পইণ্ট সংগ্ৰহ কৰি লাভ কৰে ব্ৰঞ্জৰ পদক।

ইফালে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত ভাৰতৰ মেহুলী ঘোষ আৰু অপূৰ্বী চান্দেলাই ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ হৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd