• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যাত গঁড় পিয়লৰ সফল সামৰণি : অচিৰেই প্ৰকাশ পাব পিয়লৰ সবিশেষ

উত্তম শইকীয়া by উত্তম শইকীয়া
March 27, 2018 9:46 pm
Rhino
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ ভিতৰতে এশিঙীয়া গঁড়ৰ প্ৰধান বাসভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া কাৰ্যসুচীৰে আৰম্ভ কৰা ১৩সংখ্যক গঁড় পিয়লৰ আজি সামৰণি পৰে। কোনো অঘটন নোহোৱাকৈ এই পিয়ল কাৰ্য্য সামৰণি পৰে বুলি বন বিভাগৰ সূত্ৰই জনাইছে।

উল্লেখযোগ্য যে এই গঁড় পিয়লত জড়িত সকলক দক্ষ কৰি তুলিবৰ বাবে যোৱা ২৫ মাৰ্চ দেওবাৰে কাজিৰঙাৰ কঁহৰা ৰেঞ্জৰ বন বিভাগৰ শতবৰ্ষ সমাৰোহ প্ৰেক্ষাগৃহত গণনাকাৰীসকলৰ এক বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হৈছিল। ইয়াৰ পাছতে বিগত দুটা দিন ধৰি ৰাষ্ট্ৰীয় উদ্যানখনত গঁড়ৰ গণনা সম্পন্ন হয়৷ এই গণনাত ৰাজ্যৰ বিভিন্ন সংমণ্ডলৰ পৰা অহা বন বিষয়া,  বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে৷

কাজিৰঙাৰ এই ত্ৰয়োদশ গঁড় পিয়ল ২০১৮ত মুঠ ১০০জন বন বিষয়া আৰু প্ৰায় ৩০০ বনকৰ্মীক নিয়োগ কৰা হৈছিল বুলি জানিব পৰা গৈছে। এই কথা নৰ্থ-ইষ্ট নাওক জনায় ৰাষ্ট্ৰীয় উদ্যানখনৰ ডি এফ অ’ ৰোহিণীবল্লভ শইকীয়াই৷ তেওঁৰ মতে ২৬ মাৰ্চত কাজিৰঙাৰ ৩৬টা কম্পাৰ্টমেণ্টত আৰু ২৭ মাৰ্চত মুঠ ৩৮টা কম্পাৰ্টমেণ্টত গঁড়ৰ গণনা কৰা হয়৷

উল্লেখযোগ্য যে বিগত গণনাৰ তুলনাত এই বাৰৰ গণনাত উদ্যানখনৰ ঘাঁহনি জ্বলোৱাৰ কাম সম্পূৰ্ণ নোহোৱা বাবে গণনাত কিছু অসুবিধাই দেখা দিছিল৷

সূত্ৰটোৱে জানিবলৈ দিয়া মতে, দুয়োদিনৰ গণনাত সংগৃহীত তথ্য ইতিমধ্যে কঁহৰা ৰেঞ্জত থকা নিয়ন্ত্ৰণ কক্ষত জমা দিয়া হৈছে৷ পৰৱৰ্তী সময়ত বন বিভাগৰ শিক্ষা আৰু গৱেষণা বিভাগৰ মুখ্য বন সংৰক্ষক উৎপল বৰাক সভাপতি হিচাপে লৈ গঠিত কৰিকৰী সমিতিয়ে এই তথ্য বিশ্লেষণ কৰি গঁড় পিয়ল ২০১৮ৰ আধাৰত গঁড়ৰ সংখ্যা আৰু অন্যান্য তথ্য প্ৰকাশ কৰিব৷

উল্লেখ কৰিব পাৰি যে ১৯৬৫ চনত কাজিৰঙাত প্ৰথমবাৰৰ বাবে প্ৰণালীবদ্ধ গঁড় গণনা আৰম্ভ কৰা হৈছিল আৰু এই গণনাত ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ ৩৬৬টা গঁড় পোৱা গৈছিল৷ ইয়াৰ বিপৰীতে ২০১৩ চনৰ গণনাত মুঠ ২৩২৯টা আৰু ২০১৫ চনৰ গণনাত ২৪০১টা গঁড় পোৱা গৈছিল৷

১৯৬৬ চনৰ পৰা কাজিৰঙাত কৰা গঁড় গণনাৰ তথ্য :
১ : ১৯৬৬ চন : ৩৬৬
২ : ১৯৭২ চন : ৬৫৮
৩ : ১৯৭৮ চন : ৯৩৯
৪ : ১৯৮৪ চন : ৯৪৬
৫ : ১৯৯১ চন : ১১২০
৬ : ১৯৯৩ চন : ১১৬৪
৭ : ১৯৯৯ চন : ১৫৫২
৮ : ২০০৬ চন : ১৮৫৫
৯ : ২০০৯ চন : ২০৪৮
১০ : ২০১২ চন : ২২৯০
১১ : ২০১৩ চন : ২৩২৯
১২ : ২০১৫ চন : ২৪০১

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd